পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। শৃগাল সদৃশ অৰি, ভৰতকে নাতিব। তাত কিয় মহাজনে হস্তক্ষেপ কৰিব। ভযু আজ্ঞাধীন মোৰ এই ভূত বল। আজ্ঞা মাত্ৰে নাশ কৰে পৃখিবীমণ্ডল। তথাণি সন্দেহ যদি হয় তবু মনে। শত্ৰু সহিতে দুয়ো, যাওঁ আজ পালে 'শত্ৰু-ককাইদেউ! ৰাখিব লাগিৰ ৰঘু বংশৰ গৌৰৱ। ভাৱিছিলো পৃথিবীত এনে ৰীৰ নাই। ৰাঘৱ বিৰোধ ভাব মনলৈ আনি জীৱে এক দণ্ড কান। ধন্য বী, বঙ্গ বুদি, ধন্য তাৰ এচালি-এমলি। নাজানে পাষণ্ড, ৰাৱৰ আজ্ঞাধীন কত ৰীৰ আছে? বনবাসী তপন্থীৰ এনে অহঙ্কাৰ, পৰশুৰামৰ আগে ক্ষত্ৰিম্ব আচাৰ। তপোবন ও ভণ্ড, বসুমতী খণ্ড খণ্ড, কৰিম নিশ্চয় আজি এই বলে। কৰোক আদেশ আৰ্য্য। সাৰে সাথে, ধৰি আনে। বাৰি;