পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেনী-বিলে। বৈদেহী।-(চেতন পাই) কাৰ সকৰুণ মাতে, ভেদিলে গগন? ক’ত মাতে? কেনি মাতে? কোন দিশে বষিছে এই কৰুণ ৰসৰ ধাৰা? (অপুৰৰ ফালে স্থান।) দ্বিতীয় অঙ্ক। প্ৰথম গৰ্ভা। দৃৰাজসভা। (শ্ৰীৰামচন্দ্ৰ, বিজয়, মধুমত্ত, কশ্যপ আৰু ভদ্ৰ উপবিষ্ট ভদ্ৰ।-আচৰিত! আচৰিত!! বৰ আচৰিত কথা!!! যাৰ নামে অপবাদ দূৰ হয়, সি জনাৰে অপবাদ কাত হোক নৰনাথ! আপুনি ইক্ষাকু ফুলৰ শ্ৰেষ্ঠ, যাৰ বুজিবলে বৃহস্পতি নত। এছু! সামান্য প্ৰবাৰ কথা