পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(৭)

অথিৰ জীৱন  অথিৰ ধন জন  অথিৰ এহু সংসাৰ। পুত্ৰ পৰিবাৰ সবহি অসাৰ  কৰবো কাহেৰি সাৰ॥ ২৫ কমল দল দল চিত্ত চঞ্চল  থিৰ নহে তিল এক। নাহি ভব ভয় ভোগে হৰি হৰি  পৰমপদ পৰতেক॥ কহতো শঙ্কৰে এদুখ সাগৰে  পাৰ কৰা হৃষি কেষ। তুহু গতি মতি দেহ শ্ৰীপতি  তযু পথ উপদেশ॥ ২৬ এহি গীত গায়া বিলাপ বৰ্ণাই  ঈশ্বৰক স্তুতি কৰে। পৰাদি জন্মৰ দুখক এৰাই  সাধিলা গতি সবাৰ॥ কৰিয়া মনত দুখ । মনত দখ Sara

পুত্ৰ পৰিবাৰ কমল দল দল নাহি ভব ভয় 'কহতো শঙ্কৰে তুহু গতি মতি এহি গীত গায়া পৰাদি জন্মৰ এহি কথা শুনি মই জ্ঞান শুন্য অথিৰ ধন জন সবহি অসাৰ চিত্ত চঞ্চল ভোগে হৰি হৰি এদুখ সাগবে দেহ শ্রীপতি বিলাপ বর্ণাই দুখক এৰাই ॥ ৰজা বুলি বানী নাহি মোৰ পূণ্য STME 50