পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(8) বিধিয়ে বঞ্চিলে সিদ্ধিয়ে। নভেলে 3 কৰিলে৷ মই অকাজ। হৰি হৰি কিনো মোৰ মুখে জোনে নুবুলি ভৈলে। অবুজ॥ ০ POE এহি বুলি খেদ কৰি পৰিছেদ থাকিলন্ত যেৰে তথা। শুন৷ সাধু সৰ মন কৰি খেদ শঙ্কৰ দেৱৰ কথা। ২৮ প্ৰতি গাৱে গাৱে বহু শিক্ষা জ্ঞান দিলা। হৰি নাম গাই থাকিব৷ সদায় স্মবি তান গুণ লীলা আমাৰ বচন শুন। ভক্ত গণ বোলো আমি তোমাসাক। P তা'মিও যেহ্নয় মানিবা তেয় ST জানিবাহ! মাধৱক। ২৯ হবিব নামক হৃদয়ত ধৰি থাকিবা মনক দয়াই। মোৰ ধৰি ধোল চিন্তিবা সদায় মাধৱ বুলি গোসাই॥