পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(22) লৈয়োক শৰণ তান্ত। চিত কবিয়৷ একান্ত॥ হৰি গুৰু প'ৱ লাঠি। মনে জানি ধৰ ভাঠি॥ ৭৯ গলত চামব দিয়া। মই মহা পাপী বৰ | নতু ধৰি যাৱে লৈয়া॥ জ্ঞান শূন্য কৰ বৰ॥৮০ যত দোষ অধমৰ॥ ক্ষমা কৰি দামোদৰ। কৰোহেঁ৷ কাকুতি পৰি | তুৱা চৰণত ধৰি॥৮১ খাণ্ড৷ দাতি মনে লোৱ|॥ হৰি গুৰু পদ ৱে॥ আজন্মৰ পাপ যত। ক্ষণেকতে সব হত॥ ৮ ২ পৰাধান মই হলে। তোমাক নভজিলো ও কাল নি কৰি মই ভৈলো বদ্ধ॥৮৩ 8 সঙ্ক শুক হৈলো আতি। তোমাক নধৰি দাতি। -তোমাত বিগত ভৈলো। নমস্কাৰ নকৰিলো॥৮৪ 2 ভৈলোহেঁ৷ অলক যেন। নাহি মোৰ লেশ জ্ঞান॥ মই মহা প্লব আতিক জ্ঞান হীন মূৰ্খ মতি ৮৫ নভৈলেক মন একায়ন গত। একাকিন যদুপতি। অভিস্তুত তযু পাৱে হুয়োক আমাৰ প্ৰতি॥৮৬ ৰাখা মোক সব ভাৱে। তোমাৰ চৰণ দুই॥৮৭ কৰিছে৷ অৰ্চ্চনা ম‍ই। দিয়া অস্তিকাশ্ৰয়। কুহ্‌ছৰ তনয়॥ কৃপালু শ্ৰীশঙ্কৰ। সব শ্ৰেষ্ঠ পাদদ্বয়॥৮৮