পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(23) জানিয়া মহন্ত জনে একো নধৰে দোষণ। মহন্ত জনব জানা ক্ষমাসে ভূষণ॥৭১ যন্ত্ৰ হীন অলঙ্কাৰে নকৰে শোভন। জানি নিন্দা বাণী কাকো নোবোলে সাধু জন হেন জানি নিৰন্তৰ এৰি আন কাম। খন্দোক দুৰ্গতি সবে বোলা ৰাম ৰাম॥৭২ ঋ মুৰী। শুনা সন্ত সাধু সব। মন কৰি উৎসৱ | শঙ্কৰ পৰম গুৰু। ভকতৰ কল্পক॥৭৩ ৰাত্ৰি দিনে নিত নিত। সাধিলা দুষ্কৰ কাম। বৈষ্ণবে৷ বৈষ্ণৱ বৰ। লোক চিন্তিয়৷ হীত H দান দিয়৷ হবি নাম॥ ৭৪ কৃপামন্ত শ্ৰীশঙ্কৰ॥ মহা মুক্ষ পদ পাই॥৭৫ তাৰিবেক আত কোনে যাহাক স্মৰীয়া গই। শঙ্কৰ মাধৱ বিনে। শঙ্কৰ মাধৱ দুই। ভেবেসে পাইবা ঘুৰি। লোৱা কৰি এক ঠাই॥৭৬ দুলভ বৈকুণ্ঠ পুৰি॥ তান্ত বিনে নাহি কেৱ॥৭৭ দৈৱকী নন্দন দেৱ। জ্ঞান নাম গুণ গাই। এৰাবা কলিৰ দাই॥

  1. 15t:

পাপিয়