পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(20) গাৱে গাৱে ভককে দিলা বস্তু দান। এহিমতে সমস্ত’ৰ তুষিলন্ত ঘন॥ ৬৬ তাত পাছে সৰ্ব্বজনে সভা বিসৰ্জ্জলা। পৰম সন্তোষ মনে গৃহে চলি গৈলা॥ মাধৱ মহন্ত গৈলা গৃহে আপোনাৰ। গোসানী সহিতে ঘৰে থাকিলা ঠাকুৰ॥৬৭ শুনিয়োক সৰ্ববজন বোলো স্তুতি বাক। শাস্ত্ৰ সাব জানি নিন্দ। নকৰ৷ আমাক॥ গুৰুৰ চৰিত্ৰ পদ বৰ্ণাই বাক সাস নাই। অল্পমতি জানি মোক ক্ষমিবে যুৱাই॥৬৮ চুক্ৰ ভেকুলী হুয়া গঙ্গ। স্নানে য ওঁ। কাক হুয়া যজ্ঞ ভাগ ভুঞ্জবাক চাওঁ॥ ফেঁচা হুঁয়া ৰাও মই ধৰে৷ কুকিলৰ। মোহোক পাইলেক জানা সেহি পটন্তৰ॥৬৯ শুনা সাধু সব স্থিৰ কৰি নিজ মন। গুৰুৰ চৰিত্ৰ ইটো পৰম গহন॥ শুদ্ধচিত্তে আক যিটো জনে কৰে পান। পাপ ছাৰি পাই সিয়ো বৈকুণ্ঠত স্থান॥ ৭০ পৰম বিৰক্ত মহা সাগ ৰ শুদ্ধ জল। থাক খালে শৰীৰৰ বাঢ়ে তেজ বল॥