পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৯) হৃদঙ্গ গোগৃখ শঙ্খ বাদ্য গণ কাছে। নাম গীত গাই বাই থালিন্ত পাছে॥ ৬১ পাছে দাহ কৰ্ম্ম যত কৰি সমাপত। কান্দি কান্দি ভক্ত সব গৃহক গৈলন্ত॥ তিনি দিনে তিলনি দহ দিনে দিলা পিণ্ড দশ। অনুক্ৰমে 'আমি ভৈলা জানা পুৰ্ণ মাস॥ ৬২ কৰিল৷ যোগাৱ যত প্ৰেত কাৰ্য্যৰ সম্ভাৰ। গ্ৰামে গ্ৰামে ভক্ত পাঞ্চি অনাইলা বিস্তৰ গুৰু পুৰুহিতক মাতি মাধৱে অনাইলা। ব্ৰাহ্মণ সজ্জন সব বহু নিমন্ত্ৰিল৷॥৬৩ অনন্তৰে সৰ্ব্বজন আসি ভৈল৷ এক ঠাই। অন্ন পান ভোজন কৰাইলা গাই গাই। ব্ৰহ্মণ সজ্জন যত সবাক অৰ্চ্চিলা। তাত পাছে বেদমন্ত্ৰে বৰ উৎসগিল৷॥৬৪ 6 9 বিধিমতে দিশ পিতৃৰ পিও পানী। তাত পাছে পিণ্ডৰ দক্ষিণ। দিল৷ আনি॥ বিপ্ৰ বৈষ্ণৱ সমস্তক ভোজন কৰাইল|| 'অনন্তৰে হৰি নাম কীৰ্ত্তন কৰিলা॥৬৫ ভক্ত গণ সয়ে পাছে আসিয়া মাধৱ। কৰিল৷ কৃষ্ণৰ কাৰ্ত্তন মহোৎসৱ॥