পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৮) বাম ৰাম হৰি ৰায় ৰাম হবি জয়। এহি চাবি জন ভক্ত শ্ৰেষ্ঠ অভিশয়॥৫৬ পোৰেছে৷ নদীৰ তীৰে চিন্তাক সব্জিলা। যন্ত্ৰ পঢ়ি পুকহিতে চিত৷ উৎসৰ্গিলা॥ শঙ্কৰ দেৱক নিয়৷ চিতাত তুলিল!। বামানন্দে গৈয়া পাছে মুখাগ্নি কৰিল৷॥৫৭ চন্দন ঘৃত ঢালি দিল৷ সবে। অs ৰু 7 উঠিল৷ অগণি অতি গিৰ গিৰ শব্দে॥ PS অগণিৰ শিখা, গৈলা আকাশক উবি। "1.078" তিলেবতে তাহান শৰীৰ গৈলা পুৰি॥৫৮ দেখি দেৱগণে হুয়া মন মহা তুষ্টি। আকাশৰ হন্তে আসি কৰিল৷ পুষ্পবৃষ্টি॥ দেৱৰ মণ্ডাৰ পুষ্প মহা মনোৱম। সিঞ্চিলা তথাত অঠ কৰি সম ৫৯ d তোৰচাৰ নাম পাছে ভৈল৷ পুষ্পকান্তি। সেহিসে নকহে লোকে তোৰ্চ৷ সম্প্ৰতি শৰীৰ দহিলা সবে কৰি হৰিধ্বনি। বৈকুণ্ঠ নিবাসী গণে অনন্দিত শুনি॥৬০ সকলে৷ লোকৰ ভৈলা অনন্দ উৎসৱ৷ সপ্ত বৈকুণ্ঠক চানি কৰে হৰি ৰৱ। থাক