পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৭) কেৱল ভকত সবে ভৈলা পিড়ি পাত। নলৰে নভগে নৌকা বৰ ভৈলা ভাঠ॥ ৫১ 11 নাব্দ, প্ৰহলাদ, শুক, ভীষ্ম, যম, জ্ঞানেক, বলীৰায়। ব্ৰহ্মা, হব, কপীল, কুমৰ, মনু, বাহ্ৰ জন সমুদায়॥ প্ৰতি গাৱে গাৱে বৈঠ৷ সুখে নাম গাই। কন্তু উপাঙ্গ তাল, মুদঙ্গ বজাই॥ ৫২ নাচি নাচি কৌতূহলে ৰঙ্গে কৰে কৰে কেলি। এহি মতে আনন্দ কবি আছন্ত কত বেলি। সন্তুদ্ধি বুলিলা শঙ্কৰে তাসন্তাক। কিমতৈ কৰিবা পাব সমূদ্ৰে আমাক॥৫৩ ভাদ্ৰ মাস আসি শুক্লা দ্বিতীয়া তিথি ভৈলা সেহি দিন। গুৰু নব দেহ সামৰিলা॥ তেৰ বছৰ মন্দ ভৈলা ছয় কুৰি। তেতিয়া গৈলন্ত গুৰু নব-নাট এৰি॥৫৪ ভকত সকলে গৈয়া চাঙ্গিক সাজিলা। এৰ নদীৰ তৰক সবে শঙ্কৰক নিলা!! তাত পাছে ৰাজা গৈ গৈল। আপোন T নগৰে। অগৰু চন্দন স্মৃত আনিল৷ সত্ত্ব ব॥৫৫ to তেতিক্ষণে বাম চাঙ্গিত তুলিলা। তাত তুলি চাৰিজন ভক্তে কান্ধে লৈলা॥