পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৫) অন্তৰৰ সাৰ বস্তু। ৰোখিয়া বাকী ক'তো॥ ৪৪ হৰিক কৰি বিদিত। মামত শঙ্কৰ হৰিনাম যশ বেদৰ গুপুত কৃপাৰ সাগৰ কৰিলা প্ৰকাশ মহিমা অদ্ভুত মহা প্ৰেমভাৱে ধৰা তান পাৱে ) Bart কৰি সাৱধান চিত॥ ইহ লোকে মতি৷ পৰ লোকে গতি r চ ২৪। দাতা দান্ত বিনে নাই। তাক গুৰুত্ৰৰ নৱকত পাততে 10 ■ ভুঞ্জবে যাতন৷ যাই॥ ৪৫ মোৰ নিজ পতি।কটি অগতিৰ গতি ১৪ চা চৰণে কৰা উদ্ধাৰ। ই পৰম কৃপালু FDR মোক কৰা দয়া ॥ নকবিয়া পৰিহাৰ৷াকা চটক দূৰ কৰা মায়া ভকত বাদৱ ধ্ৰুপাৰ সাগৰ তুমি। V এৰি আন কাম বোলা ৰাম ৰাম কৰোহোঁ কাকুতি আমি॥৪৬০