পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(18) আনো ভক্ত অনুক্ষণ পাৱে পৰি তেতিক্ষণ কান্দিলন্ত অতি অনুৰাগে। কৰি দুই কৰ যোৰ তিজা কহিলন্ত নিৰন্তৰ কাকুতি কৰিয়া পৰি আগে॥ ৪২ পতিত পাৱন তুমি গুৰু ভকতৰ ধন চিনিলে হো আমি সাৰ কবি। জানি মোক কৰা দয়া নিগুণে কৃপা দৃষ্টি কৰি॥ গুৰু পাৰে দিয়া মন। 4 নমৰিবাহা ভুলে চাপি গুৰু পাৰ কুলে KU) IFFÜR EIF 3) FSIR B2B 1:13

  • TIE DES ISTES # FENIE #Fly

৫৪॥ ছলৰী। সাৱধান হুই “গুৰুপদ দুই আমি গলে বান্ধা দৃঢ় কৰি চা পাপকৰি হত।ত তিৰিবা। কলিত বৈকুণ্ঠে যাইবা লড়ি॥ শুনিয়োক সৰ্ব্বজন ধৰা ভৱ তৰিবাৰ কাম। নিৰন্তৰে বোলা ৰাম ৰাম॥ ৪৩