সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৌৰষমণ্ডিত কৰিছিল কল্পনারো তেনে ছবি আঁকাত হাৰ মানির। বেঞ্জামিনৰ জীবনী অপূৰ্ব্ব শিক্ষাপ্রদ। তেওঁৰ জীৱনৰ মূল- নীতি কি আছিল তাক একে আষাৰ কথাৰে কৈ খৰলৈ গলে ভুল হব । তেওঁ যদিও দুই শতাব্দীৰ আগেয়ে আমেৰিকাৰ কৰ্ম্মভূষিত জন্ম লাভ কৰিছিল আৰু উন্নতমনা সমাজৰ মাজত জীবন গঠিত হৈছিল, তথাপি সকলো অৱস্থাৰ সকলো সময়ৰ সকলো সমাজৰ মানুহক জীবন পথত উদগতি লাভ কৰিবলৈ তেওঁৰ জীবনে যথেষ্ট সম্বল দিব । কৰ্ম্মবীৰ এজনৰ জীবনী কৰ্ম্মী পুৰুষ এজনে লিখিলেহে 'ৰজিতা খায়। আমাৰ নিচিনা নিৰ্ম্মা জাতিৰ লিখক এজন কাপড় যে তেনেকুৱ। মহৎলোক এজনৰ প্ৰকৃত ছবি ফুটি উঠিব সি আমাৰ আশাৰ অতীত। চক্ৰোচৰ জীবনী দার্শনিক এজনে লিখা যেনে, নেপোলিয়েনৰ জীবনী জীৰুলোকে লিখা যেনে, মিল্টনৰ জীবণী অকবিয়ে লিখা যেনে আৰু গ্লেড, কোন জীবনী অৰাজনীতিজ্ঞই লিখা যেনে বেঞ্জামিনৰ জীবনী ৰচিবলৈ আমাৰ নিচিনা এজনে কাপ এৰাও জেনে হৈছে। আমাৰ উন্নতকামী ডেকা বন্ধুসকলৰ হাতত এনেকুৱা বহুমুলীয়। জীবনী এখন দিব পৰাটে। কম সাৰ্থকতাৰ বিষয় নহয়। 'অলঙ্কাৰ বিতোপন নহলেও সোগৰ মুল্য মুগুছে' এই ভাবকে সাৰোগত কৰি আমি এই কামত হাত দিলোঁ । দীঘল পাতনি লিখি তথাপি,