সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমথিৰাৰ সোৱাদ বাকলিতে দিয়া আমাৰ ইচ্ছা নহয়। সেই- বাৰে নিচেই এৰোগেততে ইয়াৰ সামৰণি মাৰিলোঁ । এই জীবনী গ্রন্থ প্রণয়ন কৰোতে লিখকে দুখনমান বো- যিনৰ ইংৰাজী জীবন চৰিতৰ আৰু তেওঁৰ অজঁ-চৰিতৰ । উপাদান সংগ্ৰহ কৰিছে । এতেকে লিখক সেই গ্ৰন্থৰ ৰচয়িতা সকলৰ ওচৰত ঋণী থাকিল। ইতি-- ২৯ মার্চ, ১৯২৮ । নাজিৰা । } জীবনী প্রণেতা ।