সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

QURZON HALL LIBRARY WAY.1952 GAIMAT - ASSAL এনে অনেক মহৎলোকৰ নামে মানব জাতিৰ বুৰঞ্জীৰ পাত উজ্বল কৰি ৰাখিছে যিসকলে নির্ভান্ত হীন অবস্থাৰ পৰা নিজৰ অক্লান্ত কৰ্ম্ম, উত্তম আৰু অধ্যবসায়ৰ বলত উন্নতি জখলাৰ ওখ খাপত উঠিছিলগৈ । মহামতি বেঞ্জামিন ফ্রেন্ডলিন এজন মার্কিণ দেশীয় লোক-জৰ্জ্জ ওৱাছিংটনৰ পাঁচে নামে মার্কিণ ইতিহাসৰ পৃষ্ঠা জিলিকাইছে । মহৰ উত্তৰাধিকাৰী সূত্ৰত পোৱা সম্পত্তি নহয় । কৰ্ম্মক্ষেত্ৰত পাপৰ পথ এৰি যেয়ে বিমান দূৰ আগবাড়িৰ পাৰে সেয়ে সিমান পৰিমাণে মহম্মৰ অধিকাৰী হয়। যেয়ে কর্ণার মহ, উম আৰু অধ্যবসার কৃতিত্ব লাৰু চৰিত্ৰ-ৰলৰ মাতান, পাব খোজে তেওঁ এজন মনোযোগ দি বেঞ্জামিনৰ জীৱ-চৰিত পাঠ কৰক ৷ এজন বেঞ্জামিনৰ জীবন-চৰিত যতোই কৈছে -“তেওঁৰ সত্য জীবন-কাহিনীৰ কথাই ঔপভাসি - নাকো চেৰ পেলাইছে । তেওঁ কেনেকৈ কে - আৰু জীৱনৰ মানা দুখ দুর্গতিক সসুখ-সমन কৰি কৰিছিল, লাৰু তেওঁৰ অপৰিজ্ঞাত বংশৰ নাম