সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেঞ্জামিন ফোলি তেওঁৰ ঘৰৰ নানা বিষয়ৰ সৰু-হু কামৰিলাক নিজে কৰি লব পৰিছিল আৰু সেইবিলাক ব্যৱসায় সম্বন্ধীর কোনো সমস্ত। সমাধান কৰাত সহায় পাইছিল । তেওঁ নানাবিধ শিল্পৰ কল-কাৰখানা ঘূৰিলকি চাই চামুৱেলৰ জুৰি-কেছিৰ ব্যৱসায়টোকে মনোনীত কৰিলে । কিন্তু, সেই সময়ৰ নিয়মমতে ব্যৱসায়-শিক্ষার্থীয়ে গৰাকীৰ স্বৰ ২১ বছৰ বয়স নোহোৱালৈকে কাম কৰি দিব লাগিছিল । ভেভিন্না বেঞ্জামিনৰ বয়স ১২ বছৰ হৈছিল; সুতরাং গৰাকীৰ ঘৰত তেওঁ নিয়মমতে ৯ বছৰ খাটি দিব লাগিছিল । শিক্ষার্থীৰ চুক্তিনামা পত্ৰ নকৰালৈকে চামুৱেলৰ কাৰখানাত কিছুদিন কাম কৰিলে। চুক্তিনামা পত্ৰ কৰিবৰ সময়ত চালুৱেলে বেঞ্জামিনৰ ওপৰত এটা অতিৰিক্ত শিক্ষার্থী- মাচুল দাবি কৰিলে । কিন্তু জোছিয়া জেকলিনৰ পক্ষে সেই মাচুল দিয়া সম্ভৱপৰ নাছিল । কাজে কাজেই চামুৱেলৰ কাৰখানা বেঞ্জামিনৰ কাম কৰা নহল । বেঞ্জামিনে পিতাকৰ কাৰখানাত কাম কৰি থকা সময়ত তেওঁৰ জেচ নামৰ ককায়েক এগৰাকী ইংসগুলৈ গৈ ছাপা- খানাৰ কাম শিকিছিল। সেই সময়ত তেওঁ ভাৰপৰা ছাপাখানাव সাজ সৰঞ্জাম বিলাক লগতলৈ নাহিছিল আৰু বোষ্টনত নতুন ছাপাখানা এটা স্থাপন কৰিছিল। দেউতাকে তেওঁক নেমুৰ লগতে ছাপাখানাৰ কাম পিকাবলৈ মন কৰিলে । তেওঁ ভাৰিলে, বেঞ্জামিন জেনে জ্ঞানবিন্দু এখা, ছাপাধাৰাৰ কাষত