সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছাপাখানাত কাম শিক্ষা ফোছিয়াই দেখিলে যে যেঞ্জামিনক এটা মনত লগা ব্যৱসায়ত সোমাই নিদিলে তেওঁ পলাই যোৱাৰ সম্ভৱ। গতিকে তেওঁ কি ব্যৱসায় ভাল পাব, তাৰু পৰীক্ষা কৰিবৰ কাৰণে বোষ্টনৰ মিস্তিষী পাৰ্টিলৈ লৈ গল । বেঞ্জামিন রক্ষা গামীৰ পৰা মুকলি হোৱা মাছৰ নিচিনা উল্লসিত চিত্তেৰে নতুন ব্যৱসায় বিচাৰি গল । তেওঁৰ বৰপিতাৰ বুঢ়া বেঞ্জ- যিনৰ পুডেক চামুৱেল বেঞ্জামিনে সেই সময়ত ভাত ছুৰি, কেছি, খুৰ ইত্যাদিৰ ব্যৱসায় কৰিছিল। কাৰখানালৈ গৈ কাৰিকৰ বিলাকৰ কাম তেওঁ লোক চামুলের পৰ্য্যবেক্ষণ কৰিলে। চামুভেলে তেওঁক অস্ত্ৰ বেঞ্জামিনৰ সেই ব্যৱসায়ত মন ৰছিল। খৰিবলৈ দি পৰীক্ষা কৰি চাই কলে যে, ভবিষ্যতে তেওঁ উন্নতি কৰিব পাৰিব ৷ ইয়াঙ বাহিৰেও আৰু অইন কিবা ব্যৱসায় যদি বেচি ভাল পায়, তাক চাবলৈ আন আন কাৰিকৰৰ দোকানলৈ তেওঁক লৈ গল । তেওঁ কমাৰ, বাঢ়ৈ, ৰাজমিস্তিৰী, সোণাৰি প্ৰভৃতিৰ দোকানলৈ গৈ প্ৰত্যেকৰ অৱধৰ। প্ৰণালী চাই ললে আৰু নিজেও তাৰ প্ৰমাণ চালে। এইদৰে তেওঁ লোকৰ কেবাদিনো অতিবাহিত হল। এই সময়ৰ নানান ব্যৱসায়ৰ অল্পাধিক অভিজ্ঞতাৰ পৰ। তেওঁ অশেষ উপকৃত হৈছিল। পাচ