সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থাকিলে সেই আকাঙ্ক্ষা অনেক পৰিমাণে চৰিচাৰ্থ কৰিবলৈ হুযোগ যিলিব । ৰোমিনৰ মাতি আনি জেমচৰ লগত কায় শিকাৰ কৰা উলিয়ালে আৰু তেওঁৰ লগত কাম কৰিলে তেওঁৰ লিখা পড়া কৰাৰো যে সুবিধা হৰ তাক দেখুৱালে । বেঞ্জামিনৰ ছাপাখানা সম্বন্ধে যতি কোনো ধাৰণা নাছিল, তথাপি অধ্যয়নৰ সুবিধা হোৱা কথা শুনি ভাতে কাম শিকি বুলি অভিমত দিলে। পিতাকে লেচৰ লগত এই বিষয়ে কান্ত কৰিলে । লেনচেও ভায়েকক শিকাৰ হিচাপে লবলৈ মান্তি হল; কিন্তু এই বিষয়ে নিয়মমতে লিখা পড়া বন্দবস্ত কথ লাগিৰ বুলি কলে। পিচণ্ড ১৭১৮ চনত এই মৰ্ম্মে এখন চুক্তিনামা পত্র কৰিলে । “জোছিয়া ফ্ৰেঙ্কলিনৰ পুতেক বেঞ্জামিন ফ্রেঙ্কলিনক তেওঁৰ ককায়েক জেম্‌চ ক্রেঙ্কলিনৰ ছাপাখানাত শিক্ষার্থী নিযুক্ত কৰা হল। শিক্ষাৰ্থীৰ বয়স একৈশ বছৰ পূৰা নহর মানে জেম্‌টক গৰাকী বুলি মানি কাম কৰিব লাগিব। দেশৰ প্রচলিত ৰীতিমতে শিক্ষাৰ্থীৰ মাচুল ৰাবে নগদ ১০ পাউণ্ড তেওঁৰ দেউতাকৰ পৰা আদায় করা হল । উক্ত ন বছৰ কাল শিক্ষাৰ্থীয়ে থাকিবলৈ ঘৰ আৰু খাবলৈ নিয়মিত নাহাৰ পাব । তেওঁ গৰাকীৰ সকলো কাম নিজৰ বুলি কৰিব লাগিব । তেওঁ মুকলি ভাৰে কেতিয়াও কোনো ঠাইত মাদক দ্রব্য ব্যৱহাৰ আদি অকাম কৰিব নোৱাৰিৰ ; ইত্যাদি। চুক্তিনামা পত্ৰত স্বাক্ষৰ কৰি বেঞ্জামিন ককায়েকৰ লগ