সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেঞ্জামিন ফ্রেন্ডলিন কিজানি তেওঁৰ কাৰ্য্যকৰী উপদেশাবলীৰ পৰা ৰাতি হলহেঁতেন । তেওঁ মমবাতিৰ কাৰখানা বৰ কাম কৰিলে কিड কিন্তু কোনোমতে তাত্ত মম নৰছিল । অৱশেষত উপায়ান্তৰ নেদেখি সাগৰলৈ গৈ নাবিক জীৱন যাপন কৰাটোকে থিৰ কৰিলে । এদিন পিতাকৰ আগত এই কথা কলঙ, তেওঁৰ গা শিয় বি উঠিল। বেঞ্জামিনৰ এনে প্ৰস্তাৱত কেতিয়াও তেওঁ মা নোৱাৰিলে। তেওঁৰ এজন পুতেকে সৰুতে পলাই গৈ জাহাজত কাম শিকিছিল। কিন্তু বহুত বছৰ হাজত কাম কৰাৰ পিচত ভগ্ন স্বাস্থ্যেৰে সৈতে ঘৰলৈ উভতিছিল। সেই কাৰণে তেওঁৰ দুৰৱস্থালৈ আঙ্গুলিরাই বেঞ্জামিনকো সাগৰলৈ বোৱাৰ ইচ্ছা তেতিয়াই পৰিহাৰ কৰিবলৈ কলে । *বুঢ়া ৰেঞ্জিমিনে ভতিজাকৰ কথা শুনি ফলে, – “তোমাৰ দৰে দহুগুণ বৃদ্ধি লৰাৰ পক্ষে নাবিকৰ কাম উপযুক্ত নহয়। নতুন ব্যয়সার বেশ! প‍ইছা যদি, তুমি ভাল পোৱা অইন এটাকে বাঁচি লোৱা ।*