সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমাৰ কৰ্ত্তব্যৰ পৰয় কৰা কৰ্ত্তাৰ ওচৰত হ নেযানিবা । অত্মনিৰ্ভৰকাৰীকহে ঈশ্বৰেও সহায় কৰে । অৱশ্যে পাঠকে উপৰৰ নীতিবচন কেইটাতে কোনো নতুনত্ব নেদেখে। দেখাত আটাই কেইটাই মুখ বগৰা আৰু সৰ সাধৰণে জনা কথা। কিন্তু এই সকলোৱে জন্য নীতিব কেইটা প্রকৃত মৰ্ম্মতি পালন কৰে কেইজনে ৭ ↑ আমি এই বিলাকক লৰা নিচুকোৱা অনাৱশ্যকীয় কথা বুলি উৰাই দিওঁহঁক, কিন্তু এইবিলাক কথাৰ ভিতৰত যে একোটা গূঢ় তত্ত্ব নিহিত আছে, তাক আমি মন পাৰি আলোচনা কৰি চালেহে, নাইবা আমাৰ জীৱনৰ আবেলি বেলিকাহে বুজিবলৈ সমর্থ হওঁহঁক। বেঞ্জামিন ফ্রেঙ্কলিনে পিতৃবাক্য পালনত বৰ ত পৰ আছিল আৰু তেওঁৰ প্ৰত্যেক বাক্যকে দেৱবাণী যেন বিবে চনা কৰি শ্ৰদ্ধাৰে পালন কৰিছিল। সেই কাৰণে তেওঁ সেই বিলাকৰ গুঢ় মৰ্ম্ম উপলব্ধি কৰিব পাৰিছিল আৰু সেইবিলাকক জীৱন পথৰ প্ৰদীপ কৰি লব পাৰিছিল । পিতাকতকৈও তেওঁ আৰু অনেক নীতি বচনৰ প্ৰবৰ্ত্তক হৈছিল ৷ তেওঁ সংসাৰৰ কৰ্ম্মক্ষেত্ৰত বি কার্যকৰী অভিজ্ঞতা লাভ কৰি- ছিল তাকে তেওঁ নীতিবচন ৰূপে জগতৰ আগত দাঙি ধৰি- ছিল। সেইবিলাক জামি যথা স্থানত দেখুৱাম । তেওঁ যদি সংসাৰৰ বিৰাট কৰ্ম্মক্ষেত্ৰ এৰি থৈ কোনো বিষালয়ত নাইবা গীৰ্জাৰ কাষত সোমাব লগীয়া হল হেঁডেন ভেস্তে জগ