সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফেরারি ফ্রেন্ডসিম এজন ভদ্রলোকে ব্যবসার শিক্ষার্থী লক কারণে এখন ভুল খুলিছিল। এই স্কুলত তেওঁ বিশেষকৈ হিচাৰ আৰু কেৰাণীৰ কাম শিক্ষা দিছিল । বেঞ্জামিনক এনে সময়তে আগৰ স্কুল পৰা এৰুৱাই আনি ব্রাউন ওৱেলৰ স্কুলত পঢ়িবলৈ দিলে । এই স্কুলত সোমাওঁতে তেওঁৰ বয়স ন বছৰ মাথোন হৈছিল । ইয়াতো তেওঁ আগৰ দৰে নিজৰ প্ৰতিভাৰ চিনাকি দি ব্ৰাউন ওৱেলৰ মনত সন্তোষ দিবলৈ ধৰিলে। ইয়াত তেওঁ ফোণীগিৰি সুন্দৰকৈ শিকি ললে। কিন্তু বৰ চেষ্টাৰ ফলতহে ইয়াতো পাটীগণিতত তেওঁ কিছুদূৰহে উন্নতি কৰিৰ পাৰিছিল । পিতাক তেওঁ ব্ৰাউন ওৱেলৰ স্কুলত পঢ়ি থাকোতে তেওঁৰ 'বেঞ্জামিন' — বাৰ নাম অনুসৰি তেওঁৰ নামকৰণ কৰা হৈছিল, —আমেৰিকালৈ উঠি আহিছিল। তেওঁৰ বৰ পুতেক চেমুৱেল ফ্রেঙ্কলিনত বাহিৰে তেওঁৰ লৰা তিৰোতা আাটাইবিলাক মৰিহাজি অন্ত হৈছিল। সেই সময়ত চেমুৱেল ৰোষ্টন নগৰত এটা কাৰাৰ চলাইছিল। বুঢ়া বেঞ্জামিনে প্রথমতে চাৰি বছৰমান ভায়েকৰ ঘৰত থাকিবলৈ লৈছিল। তেওঁ মৰমৰ ভতিজাকক মমবাতিৰ কাৰবাৰত লগাবলৈ দিহা কৰা দেখি মনত বৰ বেজাৰ পালে । তেওঁ জানিছিল যে মমৰাতিৰ কাৰবাৰতে তেওঁক আবদ্ধ ৰাখিলে তেওঁৰ প্ৰতিভাৰ অপব্যৱ হাৰ কৰা হব । তাতকৈ উচ্চতৰ ব্যৱসায়ৰ সামৰ্থ্য তেওঁৰ গাত আছে। বুঢ়া বেঞ্জামিনৰ ইচ্ছা আছিল যে, তেওঁৰ ভতিজাক গীৰ্জাৰ কাম শিক্ষণ দি গীৰ্জাৰ যান্ত্ৰক কৰিব। সেয়ে তেওঁৰ