সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> wwwww বিষয়তে পাৰ্গতালি দেখুৱানেও তেওঁ পাটীগণিত দৈনভ নাছিল । ঈশ্বৰে তেওঁক অসাধারণ প্রতিভাশক্তি দি জন্ম দিছিল । কিন্তু তেও নিজে যত্ন নকৰাহেঁতেন এই ঈশ্বৰদত্ত শক্তিৰ উন্মেষ নহল হেঁতেন। তেওঁ যি কাষতে হাত দিছিল ভাতে কৃতকা হৈহে এৰিছিল । পঢ়াতে৷ তেওঁ সিদ্ধিৰ জয়মাল্য লৈ লক্ষ্য ৰাখি মনোযোগ দিছিল । কিন্তু পঢ়াৰ লগে লগে দেউতাকৰ আদেশমতে সকলো ধৰুৱা কামে৷ কৰিছিল ৷ জোছিয়া ফ্রেঙ্কলিনে দেখিলে যে তেওঁৰ লৰাক অাৰু সৰহ দিন স্কুলত পঢ়াৰ নোৱাৰে কিয়নো তেওঁৰ জাৰ্থিক অৱস্থা দিনে দিনে শোচনীয় হৈ নাহিছিল। তেওঁ বেঞ্জামিনক স্কুলৰ পৰা এৰুৱাই আনি তেওঁলোকৰ ঘৰুৱা ব্যৱসারত এদনীয়াকৈ লগাবলৈ মন কৰিলে । কিন্তু স্কুলৰ পৰা এৰুৱাই অনা ৰাগুৰি টোকে পুডেক দিবলৈ মাক বাপেকৰ সত নগল । অবশেষত, এদিন বেঞ্জামিনক মাতি আনি এই কথা কলে । তেওঁক ইমান সোনকালে স্কুলৰ পৰা এৰুওৱা কথা শুনি মর্মাহত হল। কিন্তু ৰাপেকৰ সাংসাৰিক অৱস্থা তেওঁ সেই কুমলীয়া অৱস্থাতে বঢ়িয়াকৈ বুজিব পাৰিছিল ; সেই কাৰণে তেওঁলোকৰ প্ৰস্তাৱত মাস্তি নহৈ নেখালি । •আগেয়ে কোৱা হৈছে যে, তেওঁ পাটীগণিতত পাকৈত নাছিল। কিন্তু কাৰবাৰী মানুহৰ পক্ষে পাটীগণিত ৰৰ আশ্বকীয়। “ সেই সময়স্ক বোষ্টন নগৰত “ব্রাউন ওরেল” নামে