সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেজামিন ফ্রেন্ডলিস বিমৰ কৰাইয়েক বেঞ্জামিনে তেওঁৰ নামৰ প্ৰতিভু অভিজা জোমিনক লিখা পঢ়া শিকাব লাগে বুলি ইংলণ্ডৰ পৰা লিখি উঠিয়াইছিল। অৱশ্যে মাৰু বাপেকে যে বেঞ্জামিনৰ শিক্ষাৰ ষর নেভাৰিছিল এনে নহয়; কিন্তু তেওঁলোকে দেখিছিল যে, চানো মতেই তেওঁক বেচি ওপৰলৈ পঢ়াব নোৱাৰে। কোনো নাথমিক স্কুলত পঢ়াই আনি তেওঁলোকৰ ব্যৱসায়ত সোমাই নব লাগিব। তেওঁলোকে এদিন বেঞ্জামিনক মাতি আি লত দিয়াৰ কথা তুলিলে । কিন্তু এই কথাও কৈ থলে যে বাকী মেয়খিনিত তেওঁলোকৰ ঘৰুৱা কামত সহায় কৰিব লাগিব। রচিবলৈ দিয়া কথা শুনি যেনে মনত অসীম আনন্দ পালে ল সাজৰি সময়ত সকলো খৰুৱা কাম কৰি বুলি ৰং মনেৰে গাত । বোষ্টন নগৰত এখন অবৈতনিক প্রাথমিক স্কুল আছিল । তওঁৰ সেই স্কুলত পচিবলৈ দিয়া হল । তেতিয়া তেওঁৰ নয়ল মাঠ বছৰ মাথোন। সেই স্কুলৰ শিক্ষক মিঃ উইলিয়মচ, এজন বিজ্ঞালোক আছিল। বেঞ্জামিনে স্কুলত প্রথম মাহুতে অসাধাৰণ মাৰদৰ্শিতাৰ চিনাকি দিছিল । আঠ বছৰীয়া ল'ৰা এজনৰ অসামান্য বুদ্ধি-বৃত্তি দেখি শিক্ষক মহোদয় মুগ্ধ হল। তেওঁ প্রত্যেক শ্রেণীতে সদার প্রথম স্থান লাভ কৰিবলৈ ধৰিলে । মাৰু শিক্ষকে অলপ দিনৰ ভিতৰতে তেওঁক ওপৰ শ্ৰেণীলৈ চুলি নিদি নোৱাৰিলে। এইদৰে খাপে খাপে তেওঁ ভগবলৈ