সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখিছিল। তেওঁ এই বিষয়ে আত্মচৰিতৰ এঠাইত কৈছে যে, পিচত এই বিষয়ৰ উন্নতিৰ কাৰণে মন দিয়া হলে তেওঁ হেনো ফেলে বঙ্গৰৰ পৰা ডোঙাৰ ৰন্দৰলৈকে তাৰ সহায়ত সাঁতুৰি পাৰহৈ যাব পাৰিলে হেঁতেন । ইয়াৰ ৩০ বছৰ পিচত ে এই কাকতৰ চিলাৰ সহায়ত্তে এটা লাগতিয়াল বৈজ্ঞানিক জাৰিষ্কাৰ কৰিছিল। পাচত এই বিষয়ে পোৱা যাব । লৰা কালৰে পৰা তেওঁৰ ভাৱত উচ্চ আকাঙ্ক্ষাৰ ৰী উপ্ত হৈছিল ।* “আজিতকৈ চেষ্টা কৰিবা”—এই গুপ্ত কালিলৈ এখাপ ওপৰ উঠিবলৈ সাধনা তেওঁ লৰা ধেমালি সময়ৰ পৰাই কৰিছিল আৰু তাৰ দ্বাৰাই চালিত হৈ তেওঁ সকলো কথাতে নতুনত্ব দেখুৱাবলৈ যত্ন কৰিছিল । than . Try to do better to-morrow then to-day