সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিবিধ খেলত তেওঁ আগৰণুৱা নাছিল। সেই বুলি ে সময় অসমর শুবুজাকৈ কোনো খেল নেখেলিছিল । এই লৰা ধেমালি বিলাত আন চেৰ পেলাবৰ কাৰণে তেওঁ নানাবিধ উপায় উদ্ভাৱন কৰিছিল। সাঁতোৰা বিষয়ৰ উন্নতি কৰিবলৈ তেওঁ লৰা কালতে ছটা নতুন উপায় কৌশলৰ প্ৰথমটি নিছেই উর্দু। উচ্চাৰিত উদ্ভাৱন কৰে । দুচটা দহ ইঞ্চিমান দী

কাঠৰ বা । তাৰ নালऊ আৰু ৫ ইঞ্চিমান বহুল ডিম্বাকৃতি বুঢ়া আঙ্গুলিটো সোমাৰ পৰা এটা ফুট। । সেই ফুটাত ৰুঢ়া জাঙ্গুলিটো সোমাইদি মুঠি মাৰি ধৰি সাঁতোৰে াতে নাও যোৱাৰ দৰে বঠা মাৰি যাব লাগে । ভৰিৰে সহায় পাবৰ কাৰণেও ভৰিৰ তলুৱাত লৰচৰ হব নোৱাৰাকৈ দুটো কাঠ বান্ধি দিব गान । তেওঁ এদিন লৰাবিলাকক মাতি আনি তেওঁৰ সাঁতোৰ৷ নতুন কৌশলটো দেখুৱাই সকলোকে বিস্মিত কৰিলে । কিন্তু তেওঁ দেখিলে যে সেই পৰে বা মৰা হাতৰ গঠিত বৰ জোৰ পৰে আৰু সোনকালে ভাগৰিব লাগে। তেওঁ লগৰীয়া বিলা কক কলে যে, তাও বাজেও তেওঁৰ অইন এটা উপায় আছে। দ্বিতীয় কৌশলটো দেখুৱাবৰ কাৰণে এদিন লৰাবিলাক গোট খুৱালে । প্রথমে তেওঁ এখন কাকতৰ চিলা উৰুৱাই দিলে। চিলাখন বেতিয়া বহুত ওপৰলৈ উঠিল, তেতিয়া তেওঁ পুখুৰীত নামিল আৰু চিলাখনৰ জৰিত ধৰি চিৎ-সাঁতোৰ দি অলপ জরাসন্ধে আৰু অলপ সময়তে সাঁতুৰি পুখুৰী পাৰ হল ।- এই উপারটেক্স আাগৰটোতকৈ তেওঁ যেটি সুবিধাজনক