সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

MA জানি অলপ সময়ৰ ভিতৰতে আঠুৱনি বোকা পানীৰ ওপৰত দমঙ্গনীরা খাট এটা ৰান্ধি পেলালে। ৰাতিপুৱা খিস্তিবা দিল দ' নাইকিরা ছোৱা দেখি আচৰিত মানিলে। অৱশেষত সেইটো বৰী বোৱা লৰাবিলাকৰ কাম বুলি জানি বাপেকহঁতৰ 'ওচৰত গোচৰ দিলে গৈ । লৰাহঁতৰ অভিভাবকে সিদিন। প্রত্যেককে একোট। ভাল শিকনি দিলে । তেওঁৰ পিতাকে এই বিষয়ে তিৰস্কাৰ কৰিলে। “যি কাম ‍ -নহয় সি বৰাৰ্থতে উপকাৰী নহয় ।" * -সিদিনা পিতাকে দিয়া এই ফাকি সাৰুৱা উপদেশ তেওঁ গোটেই জীৱনত পাছৰ নাছিল । বি সকলে পিচৰ কালত কীৰ্ত্তিমস্তু পুরুষ হৈ উঠে, তেওঁলোকৰ লৰা কালৰ ধেমালি বিলাকেই ভবিষ্যত দৈহিক শক্তি মনস্বিতাৰ পূৰ্ব্বাভাস দিয়ে। মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে লষাকালতে ধেমালিৰ ছলেৰে অদ্ভুত অদ্ভুত কামৰিলাক কৰিছিল। পূজ্যপাদ স্বামী বিবেকানন্দই তেওঁৰ বাল্য ক্রীড়া বিলাকত অসীম সাহস লাৰু ধৈৰ্য্যগুণৰ পৰিচয় দিছিল । মহাবীৰ নেপোলিয়নে লৰাকালত বৰফৰ ওপৰ দুৰ্গ নিৰ্ম্মাণ কৰি লৰাবিলাকক দুদল কৰি লৈ যুঁজৰ ধেমালি কৰিছিল । লৰা কালত বেঞ্জামিনেও সকলো প্ৰকাৰৰ ধেমালিপ্ত বুদ্ধি কৌশলৰ চিনাকি দিছিল। নাওবোয়!, সাঁতোৰা, লবিষ্ণুষা, পাপিও আমি What is not honest cannot be truly useful.