সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- যেতিয়া তেওঁ কোনো বিলাসী লোকক দেখিছিল, 'ডেভিয়া তেওঁ তাক লক্ষ্য কৰি কৈছিল, – “এই মানুহজনে তাৰ পেপাৰ অধিক মূল্য দিছে।" কৃপণ এজনৰ দেখিলেও কেওঁ কৈছিল,— “এই যেচেৰাই তাৰ পেপাৰ সৰছ মূল্য দিছে। সেইদৰে কোনো মানুহে নিজৰ কৰ্ত্তব্য কাতি কৰি থৈ ৰাজনৈতিক বা অইন তেনে কামত অনৰ্থক হৈ-ছৈ কৰি ফুৰা দেখিলে তেওঁ কৈছিল, “এই যপুৰীয়ে তাৰ পেপাৰ আচল মূল্য বুজা নাই।” এই প্ৰকাৰে আন আন কথাতো তেওঁ এই পটন্তৰকে দিছিল। তেওঁৰ লৰাকালৰ অইন এটা ঘটনা ইয়াজ উল্লেখ কৰা হল। অবশে নীতিৰ ফালে দি ৰিচাৰ কৰি চালে সেই কাম যদিও দোষযুক্ত, তথাপি লৰা কালতে ভবিষ্যত কর্ম্মশক্তি তেওঁৰ কিৰূপে বিকাশ পাইছিল, তাৰ আজ্ঞাস ইয়াত পোৱা যায়। লৰা কালতে তেওঁ লগৰীয়া লৰা কিছুমানেৰে সৈতে এখন জলাহত বৰণীৰে মাছ ধৰিছিল । লৰাহঁতৰ ভৰিৰ গচকাজ বৰীবোৱা ঠাই খিনিত আঠুৱনি বোকা হৈছিল। তেওঁ সকলো লৰাৰ আগত সেই ঠাইখিনি ৰান্ধিবলৈ প্ৰস্তাৱ কৰিলে । লগৰীয়া লৰাবিলাকে তেওঁৰ কথা কেজিয়াও নেপেলাইছিল সুভ্যাং সকলোৱে ভাত মাস্তি হল। জলাহৰ পাৰত ঘৰ সাজিব কাৰণে কিছুমান প্ৰকাণ্ড প্রকাণ্ড শিল দমাই থোৱা নাছিল । তেওঁলোকে সেই শিলবিলাক জানি ঘাটটো ৰান্ধিবলৈ থিৰ কৰিলে। গধূলি যেতিয়া ঘৰৰ কাম কৰা মানুহবিলাক গুছি গল, তেতিয়া এৰাবিলাকে লগ লাগি নগৰ পৰা শিল ৰগৰাই