সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেঞ্জামিন নেকদিন কাৰণে আৰু নিজ ব্যৱসায় গুলমে চলাবৰ কাৰণে দ্বিতীয়বাৰ ৰিয়া কৰিব লগাত পৰিল। তেওঁৰ দ্বিতীয় ভার্য্য। মাৰিয়া কোল্‌জাৰ নিউ ইংলণ্ডৰ কোনো শিক্ষিত ভদ্ৰপৰিয়ালৰ কৰা আছিল। এওঁৰ গৰ্ভত জোছিয়া ফ্রেঙ্কলিনৰ আকৌ যতোটা সন্তান জন্মে। দ্বিতীয় ভাৰ্য্যাৰ অষ্টম সন্তান ১৭০৬ খৃষ্টাব্দর ৬ জানুৱাৰী তাৰিখে জন্মলাভ কৰে। বাপেক জোছিয়াই তেওঁৰ ইংলণ্ডত থকা মৰমৰ ককায়েক বেঞ্জামিনৰ নাম অনুকৰণ কৰি এই লৰাটিৰ নাম বেঞ্জামিন ফ্রেঙ্কলিন থলে। রোহিয়া ফ্রেঙ্কলিন যেনে আদর্শ পিতৃ আছিল, আবিরা ব্রুেকলিনো তেনেকুৱা এগৰাকী আদর্শ মাতৃ আছিল । তেওঁলোকৰ সুশিক্ষাৰ গুণতে তেওঁলোকৰ লৰা-ছোৱালীবিলাৰে দুখ থাক সন্তোষৰ মাজত সাংসাৰিক জীৱন যাপন কৰিব পাৰিছিল । স্বামীৰ নিচিনা আবিয়া ক্রেঙ্কলিনেও সুস্বাস্থ্যৰ অধিকাৰিণী হৈ ৮৬ বছৰত শৰীৰ পাত কৰে ৷ লাহে লাহে ক্রেঙ্কলিন পৰিয়াল বোষ্টন নগৰত এটা বিৰাট পৰিয়ালত পৰিণত হল আৰু জোছিয়া জেঙ্কলিনে দেখিলে যে তেওঁলোকৰ কাপোৰত ৰং দিয়া কাৰবাৰেৰে আৰু সৰহ দিন সংসাৰ চলাব নোৱাৰে ; ভাত বাহিৰে এই কাৰবাৰত বিশেষ লাাে নহয়। কাজে কাজেই তেওঁ কাপোৰ ৰঙোৱা এৰি মমবাতি নাৰু চাৰন প্ৰস্তুত কৰা কাৰবার গ্রহণ কৰিলে । জোছিয়াৰ পঞ্চাশ সন্তান বেঞ্জামিন লাহে লাহে ডাঙৰ হৈ আছিল। তেওঁ নিচেই কোমল বয়সতে নিষ্ঠার চেষ্টাত