সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোকৰ জন্মভূমি এবাৰ প্ৰথম কাৰণ। ইয়াৰ দ্বিতীয় কাৰণ, তেওঁলোকৰ কাপোৰত ৰং-লগোৱা ব্যৱসায়ৰ উন্নতি কৰি নিজ নিজ অবস্থা স্বচ্ছল কৰা । ওপৰত কোৱা সেই ৰঞ্জন ব্যৱসায়ী (Dyer) জনৰ নাম আছিল 'জোছিয়া ফ্রোঙ্কলিন'। এওঁ এজ মধাবৃত্ত অৱস্থাৰ গাৱঁলীয়া ভদ্রলোক নাছিল। তেওঁলোক অর্থাৎ ফ্রেঙ্কলিন পৰিয়াল কেইবা পুৰুষৰ পৰা ইক্টন নামে ইংলণ্ডৰ এখন সমৃদ্ধিশালী গাওঁত বাস কৰি আহিছিল । জোছিয়া ফ্রেঙ্কলিনৰ আৰু তিনি জন ককায়েক আছিল ; তাৰ ভিতৰত বেঞ্জামিনৰ নাম বিশেষ উল্লেখযোগ্য। এই বেঞ্জামিন নামকে অনুকৰণ কৰি জোছিয়া ক্রেঙ্কলিনে তেওঁৰ এটা লৰাৰ নামকৰণ কৰিছিল- যাৰ জীৱনৰ চমু বৃত্তান্ত এই পুথিৰ পাচৰ পৃষ্ঠা কেইটাত বৰ্ণনা কৰা হব । জোছিয়া ক্রেঙ্কলিন মজলীয়া অবস্থাৰ মানুহ হলেও তেওঁ এজন জ্ঞান, বহুদর্শিতা, ধৰ্ম্মপ্ৰাণতা, কৰ্ত্তবাপৰায়ণতা আৰু আন আন ভালেমান গুণত আদর্শস্থানীয় লোক আছিল। ইন মানুহৰ ওপৰত নিজৰ ক্ষমত! বিস্তাৰ কৰিব পৰা আৰু দহ ওপৰত নেতৃত্ব কৰিব পৰা গুলো তেওঁৰ আছিল। তেওঁ স্বাস্থ্যবান আৰু বলিষ্ঠ লোক আছিল আৰু ৮৯ বছৰ বয়সত নিটোল স্বাস্থেৰে সৈতে তেওঁৰ মৃত্যু হয়। জোছিয়া জেঙ্কলিনৰ বোষ্টন নগৰত আৰু চাৰিটি লঙ্কান জন্মে। এইদৰে সাভোটি সন্তান হোৱাৰ পাচত তেওঁৰ পত্নীৰ মৃত্যু হয়। তেওঁ বৰুৱা আহুকালৰ হাত সাৰিব