সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেঞ্জামিন ফেঙ্কলিন পিতৃমাতৃ আৰু লৰাকাল ১৬৮৫ খৃষ্টাব্দত এজন ৰঙৰ ব্যৱসায়ে তেওঁৰ পত্নী আৰু এটি সন্তানক লগত লৈ জনচেৰেক ওচৰ চুবুৰীয়াৰে সৈতে তেওঁলোকৰ মাতৃভূমি ইংলণ্ড এৰি আমেৰিকাৰ নিউ ইংলণ্ডলৈ যাত্ৰা কৰিলে। তেওঁলোকে আমেৰিকাৰ তীৰভূমিত পদার্পণ কৰি নিউ ইংলণ্ডৰ বোষ্টন নগৰত বাস কৰিবলৈ ললে । তেতিয়াৰ বোষ্টন নগৰ লাৰু এতিয়াৰ ৰোষ্টৰ নগৰৰ ভিতৰত হুত প্রভেদ ঘটিছে। লাৰু এতিয়াৰ ন-ক নন-সদৃ আমেৰিকা তেতিয়া বাঘ ভালুকেৰে পৰিপূৰ্ণ এখন বিস্তীর্ণ কাননভূমিতে আছিল । এই নবাগত উপনিবেশকাৰী কেইজন ডিছেণ্টাৰ মতবাদী খৃষ্টান নাছিল আৰু তেওঁলোকে নিজয় জন্মভূমিত স্বধৰ্ম্ম বিশ্বাস মতে চলাত ৰাজধৰৰ পৰা অনেক ৰাধা যিখিনি পাইছিল । সেই নহুবিধাৰ হাত সৰাই তেওঁ