সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
বুৰঞ্জীবোধ।

গাঁঠনীৰে সিমান ওখ আৰু তেনে ধুনীয়া দৌল ভাৰতবৰ্ষৰ আনঠাইত কতো দেখিবলৈ পোৱা নাযায়। এই দৌলে এতিয়াও শিৱসাগৰৰ নাম জিলিকাই ৰাখিছে।

 সৰ্ব্বেশ্বৰী কুৱঁৰী।—মদাম্বিকা কুৱঁৰী স্বৰ্গী হোৱাত,

শিৱদৌল।

স্বৰ্গদেৱে সলীল গোহাঞিৰ জীয়াৰী অনাদৰীক বিয়া কৰায়। তাৰ পাচত, তেওঁক সৰ্ব্বেশ্বৰী নাম দি মহাৰাণী পতা হয়। আগৰ দুগৰাকী মহাৰাণীৰ আৰ্হিৰে তেওঁৰ নামেও ৰুপ আৰু মোহৰ মৰোৱা হয়।

 ৰাজেশ্বৰ সিংহ।—১৭৪৪ চনৰপৰা ১৭৬৯ চনলৈকে