সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র মাঘৰ বিহুৰ প্রকৃতি- পরিচয়-ভেদ । বিহু আৰু মান- সৎকাৰ । কবে। এই সংক্রান্তিক উত্তৰায়ন-সংক্রাস্তি বোলে ৷ এই দিনৰ পৰাই লাহে লাহে দিন দীঘল হৈ যায় ৷ মাধব বিছ ভোগালি ; কিয়নো, এই বিহুৰ সময়ত নতুন ধান পথাৰৰ পৰা চাপখাই আহি ভৰালত ৰয়ছি। ৩৪ তিনি-চাৰিটা ভাল থকা চহকীৰ পৰা চাল-ছিগা পিজো কানিয়াৰ নিচিনা ভিকহুৱেও সেই বিহুলৈ বৰাজহা, যানিকীজহা, মালভোগ - ধানৰ চিবাৰ জলপান, তিল দিয়া পিঠা, ঘিলা পিঠা তৰা পিঠা, ফেণী পিঠা, চুঙাতদিয়া, পিঠা সাজি বঙা আলু, মোৱা অসুৰে সেই দিন নিজে খোৱাৰ বাহিৰেও গঞা ভকতক খুৱাবলৈ যা যোগাৰ কৰি থৰলৈ সক্ষম হয়। মাঘৰ বিহুত হিন্দুৰ কোনো এঘৰত সজোৱা জলপানৰ বাতি দেখিলেই মাঘর বিহু কেনে ভোগালি তাক বুজিব পাৰি । তাব উপৰিও খেতিয়কসমাজ প্রায় গোটেই মাৰ মাছ মিতিৰ-কুটুমৰ ঘৰত খোৱা বোৱা কৰাতেই ব্যস্ত থাকে। ` সংক্ৰান্তিৰ দিনা পূজনীয় বয়োবৃদ্ধ সকলে কীৰ্ত্তন ঘৰত নাম প্রসঙ্গ কৰি মহাপ্ৰভুলৈ আগবঢ়াই দিয়া নৈবোৰ শৰাইৰ ভাগ ঘৰৰ সকলোকে ভগাই 1 দিয়ে। তাৰ পাচত ঘৰৰ মূল গৰাকীৰ চৰণত পরি [ 20 ] 1