বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র গুণি বিভোল হৈ থাকোতে ইপিণে কর্মী সমাজে প্রকৃতিক জয় কৰিবৰ ইচ্ছাৰে ক্ষেত্ৰৰ বুকৰ পৰা শতাৰাশি ছেদ কবি নিজ নিজ ঘৰলৈ কঢ়িয়াই নিয়াত ব্যস্ত হৈছে। লাহে লাহে শ্য-ৰাশি ক্ষেত্ৰৰ পৰা ক্ষেত্ৰৰ বুকত কম্মী সমাজ । . অদৃশ্য হৰলৈ ধৰিছে । শুনাত 'পক্ষীৰ নাচ-বাগ। দিষ্মণ্ডলৰ মাজত কবিৰ ভৈৰৰ মূৰ্ত্তি ৷ মাঘ বিহু । মাঘ-বিহুৰ খোৱা বস্তু মুখৰ যেনে ভোগালি 'প্রাকৃতিক দৃশ্যও ঠিক তেনে মনৰ ভোগালি। নৈ মাঘ-বিহুৰ প্ৰকৃতিৰ লগত সাময়িক প্রকৃতির বিলব পাৰে পাৰে মে-জিৰ নিমিত্তে কাঠ খৰিৰ সম্মিলন - তাৰ ঠাক। পুখুৰীৰ পাৰে পাৰে, বালিব চতে চতে সামাজিক গাঁৱলীয়া সমাজত উদাৰতা থাক সহানুভুতি ৷ হোম-ঘৰ সমন্বিতে ওখ ওখ মেজিৰ সুন্দৰ দৃশ্য : এনে দৃষ্ঠত মজি, হৃতয়ত নানা আশা ভাৰৰৈ লৈ কৰ্ম্মী সমাজে ক্ষেত্ৰৰ বাকী থকা ধান পৰস্পৰে পৰস্পৰক সহায় কৰি ভৰালত চপাই থোৱা ভাব কেনে উদাৰ! গাৱলীয়া খেতিয়কৰ সহাছুভূতি কেনে নিমজ ! এই বিহুত সূৰ্য্য মকৰৰাশিলৈ গতি [ ১ ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩২
অৱয়ব