এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বীৰ নাৰী
নাৰীৰ, সতী হৰ উৎ প্ৰেৰণাৰ ।
এঁথা আছে জয়-লেলি, জয়সাগৰৰ
বুকুত সতীৰ ছবি, গঁথা গৌৰৱৰ,
তাতাৰ ৰুদ্ধ কণা ৩হিংস যুদ্ধৰ ।
থাকে মানে মহৰ আদৰ বিশ্বত,
লাগে মানে দুর্বলক বল ৰ সন্ধান,
থাকিব জয়ৰ স্মৃতি দুগুণে উজলি
সতীৰ মহিমা কৰি বিশ্বত প্ৰচাৰ ।