কাতি, ৯৮৩) গুৰু চৰিত্ৰ। বৰণ গিৰীৰ জিকৰি ৰোগ উপস্থিত হল, অখিত তাপ ললে কি ভাল পায় সেই কাৰণে খৰিৰ যেটি অৱশ্যক হােৱাত মাধৱদেৱে এতিদিন খৰি পুৰি আনি দিয়ে, যি অলপ টকা কৰি আহিন সিমে বোৰতে খৰ পৰিল। কিছু ঔষধ ব্যৱহাৰ কৰাত বেমাৰ আৰাম হল; কিন্তু খাবলৈ অৰ নাটনি হল, চিৰকলীয়া বন্ধু মিত্র) এবৰ আছে, পিতা পুত্র হয়ে তেওঁৰ ঘৰলৈ গল; গধূলি সময় ঘৰ পালে গৈ, কিন্তু আগৰ সন্ধাযণ নকৰি কলিত বহিবলৈ দিলে। বহু নিশা হলত চাল চক জানি দিতে, ননৰ অসন্তোষেৰে ভোজন কৰি ৰাত্রি শয়ন কৰি থাকিল। এতে খঠি নিজ ৰলৈ আহিছে; পথত অত কৈছে বােপা, দুখৰ সময় কোনােৱে মুখলৈ মেটায়। এইখানে পিতা পুত্রে আলাপ কৰি নি গৃহ পালেহি; পাইয়ে দেখি কারি কাহাতে অহা হল দেখে। একো পোৱা নহল বল? অাভাই কনে সম্পদ বেলা কুটুম্বৰ সীমা নাই; আপদৰ বেলা চিলে যােঙ্গাও নাই, ইয়াকে কৈ মনত দুখ কৰিছে; পিছত অইয়ে যত যি আছিল শাকে পাতে ৰন্ধন কৰি তেমন কৰালে। নন্দৰ গৃহক লাগি উপজি পলাইলা। মাথৰ স্বৰূপে সেই লীলা দেখাইলা। আৰু এদিন ভ্ৰাতাৰ ঘৰলৈ তিনিওজন গৈছে, দেখা পাই মাতি পতে। মাত শিদিলে, চোতালত বহিৰলৈ দিলে, এজনি বুঢ়ী ওলাই আহি গঠি থকা খৰি এডোখৰ আনি ফালিৰলৈ দিলে; মাধৱদেৱে কুঠাৰ ধৰি কালিয়ে কলা খৰি বুঢ়ীয়ে নিজৰ তিৰলৈ নি , তাকে দেখি গোগঞী এৰি নাফালি ৰৈ আছে, বুঢ়ীয়ে কৈছে আৰ ফাল, তেওঁ উত্তৰ দিহ ভাগৰ লাগিয়ে কালিব নােৱাৰি। পিছত নিশা তিনি কঠি চাউলেৰে ৰেল গিয়, ইরে পাৰ কৰিছে, আজ শয়ন কৰিছে, সিত চাইল তার দেখি আতাই কৈর ডোমালােক দুইজনে খাবলৈ হক, আমি স্নান নকৰে;জাইয়ে ফলে আপােলা সকল দুইজনে খাবােক নিয়ে উপলে কোহক। এইৰে তিনিওজশে কথা বার্তা আলাপ কৰি অৱশেষত অল্প সমানে তিন জাগ কৰি দুই ভাগ ভাই এখ না পেরে ভােজন কৰিলে; আভা আয়ে দুৰিলে, কাৰৰ অকলে গিনি কঠি চাল আৱশ্যক করে। তােনারে শয়ন কৰি এমাধৱে পিতৃ দেবত মুছিক কোলে কুটুথ আছেন। জীলাগিৰীয়ে কৈছে বোনা আপা কাগত কোৰে গাৰু পুতে কবি। গুহানি এখন মানুষ