২ স্বাহী । ২ বছৰ, ১২শ সংখ্যা বস্তি নুমাইছে আৰু ৰজত সৰিয়হৰ ভুলি কাতি হৈ পৰিছে। আকাশৰ পৰা পাঁচজনী আহি প্রসবিনীৰ আল ধৰিছে। এইদৰে নিশাৰ কাৰ্য শেষ হৈ পল, ৰাতিপুৱা বৰাৰ গৃহিণীয়ে বুজ পাই জাইক সুধিছে, কিন্তু মােক বাতৰি নিপিলা? আইয়ে কলে, আটাইকেইজনীয়ে আহি কাৰবাৰ কৰি গৈছাহক, এতিয়া কোৱা কিয় ? বাতৰি নকল ই কি কথা? এই কথা শুনি সকলে। লোক আচৰিত হৈছে। ৰাজাই নিশাৰ অদ্ভুত ঘটনা শুনি ৰাতিপুৱা দূত পঠাই নগৰত খবৰ কৰাইছে কিজানি কাৰবাৰ খৰত কোৱৰ জন্ম লৈছে। দূতে সংবাঙ্গ দিলে যৰাৰ ঘৰত লৰা এঞ্জন জন্ম হৈছে । ৰজাক বাতৰি জলোৱাত গণক অনাই গণনা কৰি চোৱাত ঈশ্বৰ অৱতাৰ হৈছে বুলি কোৱাত মনৰ ভয় আঁতৰাই সুখে আছে। পাঁচ দিনৰ দিনা গন্তি কৰি গুপ্তনাম ৰয়াকৰ, প্রকাশ্য নাম মাধৱদেৱ ৰাখিছে। মাধৱদেৱ দিন দিন একেকলা কৰি বৃদ্ধি পাই ক্রমে লৰি ফুৰিব পৰা হল। এদিন বৰা খুত তুলিবৰ কাৰণ গাওঁলৈ ওলাইছে, মাধৱদেৱে মইও যাওঁ বুলি লগ ধৰা কোনোমতে এৰাই যাব নোৱাৰি লগত লৈ গল । পথত যোৱাত চম্পা ফুল দেখি ফুল লাগে বুলি বৰাক কোৱাত তেওঁ ৰ কৰি কৰে, ইমান ওখ গছৰ ফুল কেনেকৈ পাৰিবা; এইবােৰ কথাৰ নিমিত্তে হে মই লগত আনিবলৈ ইচ্ছা নকৰে। এনে সময়তে পুস্প ডাল ভাগি আগতে গভিও হল; বৰাই দেখি যিয়ায় মানিছে। বালক মাধৱে কেক টিমান পুষ্প তুলি লৈছে, লগৰ আন মানুহেও ফুল লৈ আহিলাদেৰে মাধৱক পূজা কৰিছে। এইদৰে শীলা কৰি গৈ গাওঁত সোমাইছে, কোনো লােকে কৰ নিদিলে; পিছত মাধৱদেৱে নানা উপদেশ বাক্যেৰে বুজনি দিয়াত সকলো প্ৰজাই দিব লগীয়া কৰ আদা কৰিছে। কান দিন বিমান অাঙ্গায় হয় সেই দিন। মিশ পৰিমানে পোৱা হল; মানুহ ষােৰে মাধৱৰ বুদ্ধি দেখি অতি আচৰিত হৈছে। সেই দিনাৰপৰা বৰাই ঋ তােশা কামত মাধৱক চমজাই দিলে; তাৰাই এজাৰপৰা খুত তুমি আনি দিয়ে শিক্ষা বৰাই ৰজাত শেখায়; আৰু ধৰাৰ ঘৰত থাকি সক লোৰ ওপৰত শৰাকী হৈছে। এইৰেছু দিন ভাত খাকি এথিন বৰও ফলে জামা তোমাৰ পাম বেষ্ট-পুখুৰীৰ পাৰত ঘৰ সাজি থাকিবলৈ অনুমতি কৰক। আৰু বুলি মান্তি হৈ থাকিবৰ সৰাই দিয়ালে। কিছুদিন কাজ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৮৮
অৱয়ব