০১৯ আহিল, ১৮৬৩। গিলট আৰু আধাকটা। ভোৰ দি যাৰ যি গন্তু তাৰু সেই অত কি যিনিধি পঠিয়ালে। ইণিখে গিলটে অদৃষ্টত যি আছে সেয়ে হব বুলি মূৰে কপালে হাত দি বহি আছিল। এতে “ গিট গিট।বুলি মতা , পিন্টৰ বু কঁশি গল আৰু ই ইয়াতে আছে” বুলি কোনোমতে মাত লগালে। “আমি আহিখি সে চোচোৰাই আনিব লাগিৰ?" সি এনে বোলাভ গিটে ফিলে যে তাৰ অন্তিয় কাল আহিল, এক থৰকৰক কৰি ভিতৰৰপৰা ওলাতেই অবাকটাই তাৰ ঠেও খৰি চোৰ চোৰ কৰে কেঁচোৰাই মিলেই। ১ম কইলী-wহাহ! আজিষ্টৰ চাৰ এনে সাত নাথাকি, আখা- কটাৰ ধুন দেখুৱাই দিশেহতেন। এই ৰাৰেহে মানুহৰ গাও গত শকি লাগে। এৰা, মাষ্টিৰ চাহাষনা তেতিয়া নাছিল। আৰাকটাই পিটক চোচোৰাই নি তাৰ শোৱা কোঠালিত মুনানে খৈ। এতে তাৰ ৰিণিখনৰ ফালে যাৰটো ৰাখি থোৱা আছে। বাৰে গিলট দেখিয়েই গতি নিকটাই জাপ মাৰি যেন তাৰ ওপৰত পৰিব; কিন্তু সি শিকলিৰে ৰা খাই থকা বাবে তেনে কৰিব নোৱাৰিলে। ১ম কইলী-আহাহা! গিলটক কি কৰিবলৈ ধৰিছে? মোৰ মনে উখল-মাখল কৰিছে। | ২ ইদা-বেচেৰ যাৰ হাত পা তুলে বান্দৰ তংশ; তা ডিজি চেপা দি মাৰিলেহেতেন, নহয় নে? | গিলটে জৰে ধৰা মানুহৰ দৰে কুকু-কৰে কঁপি-জপি আধাকটা ভৰিত পৰি কলে, দেউতা সৰ্গদেও! বশীক এইবাৰলৈ ফুৰা বৰ, মই আৰু নপলাও। তথাপি আখাটাই তাক বাৰ ফালে হেঁচুকি দিলত খাৰে জাপ মাৰি তাৰ পিঠিত উঠিল আৰু তাক আঁচুৰি বাকুহি তত নাইকিয়া কৰিলত গিলট হাম খুৰি খাই পৰি পল। সি বান্দৰৰ আঁচোৰত বৰফৰাই কেকাবলৈ ধৰি সেই সেই ঈশ্বৰক অতি কৰিলে--হে প্ৰভু ৰক্ষা ক; হে সোপকৰা লৈ গলা। মৰাৰ হাতত মোৰ প্ৰাণ যায়। তেতিয়া ইদীবোৰৰ গা শিৰি উঠিল আৰু ইটোৰ ফালে সিটোৱে চাবলৈ ধৰিলে। পিনে কটাই মনে মনে এক লে, মনে মনে ৰাখা যে, গতিৰু ৰে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৩৫
অৱয়ব