পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। ( ২ বৰ, ১১৭ সংখ্যা। শাধাবলৈ ধৰিলে। গিলটে চিঞৰিবলৈ এৰি চকু মুদি আঠুকাঢ়ি হাত যোৰ কৰি কৰে কঁপি আছে আৰু বাৰে এফালৰপৰা আঁচুৰি আধুখি ভাৰ চুলিযোৰ সোপালোপে কখানিছে। মাখোন মাজেসময়ে আধা- টাৰ মুখৰ ফালে চাই সি একেৰা ৰয়; আৰু আধটাৰ চকুটিপজি পাই একে খিলটক ধৰেগৈ। ১ম কইলী-ফি নিদাৰুণ কাণ্ড! মই কা হলে ৰাশৰৰ নেজত ধৰি তাৰু ভিৰি পাক ঘূৰাই আটিভ চাৰ মাৰি ভাৰ মূৰৰ ওখোলা ভাঙি দিনে। হেতেন। ২ ফইকি ভয়ঙ্কৰ বাৰ! মানুহৰ দৰে সি দুৰাচাৰ নৃশংস! ওয় কইলী-মজুই কস্মিনকালেও এনে নিৰ্দ হব নোৱাৰে। কি কোৱা, মানুহ ইয়াতকৈ দুৰৱ নহয়। এনেবোৰ নৃশংস কাৰ্যৰ খাটাক পাৰি নে কি? আধাকটাই গিটৰ অৱস্থা দেখি হাতছ:পৰি মাৰি হাঁহি বাগৰি ফুৰিছে। পাছে লৰাটো ললিকাল হত আধাকটাই ৰৰ ওচৰৰপৰা তাৰু ৰি শিকলিৰ সিমূৰত ৰাজিলে গৈ আৰু এনে কৰাৰ তুতিসৰি অলি। এইটি কোনেও নুই কৰিব নোৱাৰে যে অতি হিংসৰু অদ্ভুতকৈও নৱৰূপী পিশাচ এই সংসাৰত বিৰাজ কৰিছে। মানুহে বান্দৰ চুৱা; কিন্তু এখাটাই আশৰ হতুৱাই শিলটক নচুৱাৰলৈ বিচাৰি গিলটক বি জীয়া দিছিল সেইবোৰ কথা লেখিলে গাৰু তে গোটমাৰে চকু থিৰ হৰ যোচ্ছে। আগাকটা শেৱা কোঠালীৰপৰা ওলাই আগ কোঠালীলৈ গল আৰ বাৰে কোভেৰে কোৰাই গিটক আগত লৈ সেই ই পালেগৈ। তেতিয়া আফটাই বাৰে পাবলৈ ঙালপোৱা বস্তু এটাৰ মূৰটো কামুৰি দেখুৱাই গিটৰে তেনে কৰিব লাগে বুলি ৰক্ষৰক চিৰে কলে; ৰে বুজিব পাৰিাপ মাৰি গিটৰ মূৰত উঠি মুৰটো কামুৰি তেজেৰে ৰঙা কৰিবলৈ এৰিলে। গিলটে “হে এঙ্গু, কলৈ গলা! হে প্ৰভু, ৰক্ষা কৰ! এ মোৰ শৰপৰুৱা!" এনে বুলি সোলৈ এৰিলে। এনেতে দুৱাৰত কোনোবাই খুন্দিয়ালেহি। কইলীবোৰ সমৰৰে কৈ উঠিল মজিষ্টৰ পালেহি শিষ্টাৰ পালেহি বুলি।