শাহী। ( খ, ১৯শ সংখ্যা। তেতিয়া আৰাকটাই সকলো কথা এৰি উঠিল। সেই দিনৰপৰা আৰে সৰু লৰাবোৰ দেখিব নোৱাৰা হল আৰু সৰু লৰা পালেই যেন সি ডিঙি টিলা মাৰি মাৰিৰ এনে ধং দেখুৱা। সেইৰাৰে জৰাটাই বান্দৰটোক কোনো লৰাৰ ৰাঙ নিদি তাৰ ওচৰত বান্ধি খৰলৈ ধৰিলে। ইপিনে শাখাটাই গিনলক পৰি আহি পৰা বৰাই লাৰি মাৰি কল, কাইলৈ পূৱা লৰাখিনিক পঠিয়াই দি লৰীয়াৰ ব্যৱস্থা কৰা যাব। বিচিন্তি গিটৰ বহুং নিশালৈকে টোপনি অহা নাছিল, পাছে চিশমিশ তোপানি আহোতেই সি সমাকি এট। গেৰিলে; সাকিটো এই-সি হেনো জাল এখনত মেৰ খাই পৰিছে; তাৰ ফালে থকাৰ নিচিনা মকৰা এটা লাহে লাহে ওচৰ চাপি আহিছে। তেভিম্ন সি আশৰপৰা এৰাবলৈ বিশাল আয়োৰ-পিজোৰ কৰিছে সিমান জালৰ মেৰত সোমাইছে; লেত মৰা আহি তাৰ পাত ঠেং কিটা লগোৱা যেন সি গম পাই তাৰ বৰ উৰি গল; সি চিয়ৰ মাৰিব খুজিলি, কিন্তু মাৰিৰ নোৱাৰিমোমোকাবলৈ ধৰিলে। এনেতে সোণপকৰা এটা উৰি চাৰিও ফাৰে ঘূৰি আহি গিলটৰ কাণে কাণে ৩৭-৭ই কলে-“বোপাই। তই পোৰু পৰুৱা ৰাখি ফুৰ, সেই বাবে কৰা ৰোলোঁ- তেই সি সাৰ পালে। যদিও বা সি সমাজিকৰ হে খোৱা দেখা নেপালে তথাপি তাৰ মনত আশ্বস এটা হয় যে সোণপৰুৱাই মকৰাৰু শুকাই নেৰিৰ। এনেতে ৰাতি পূৱাল আৰু ইবোৰ লৰা নিজ নিজ কামলৈ যাবৰ নিমিত্তে সাজু হোৱা দেখি গিলটে অবাকটাৰ হাতৰপৰা ৰা পৰিৰ মনেৰে লগৰ লৰাবোৰৰ হাতে ভৰিয়ে কওবাও কৰি ধৰিলে। কিন্তু আধাকটালৈ সিহঁতৰো ভয়; সেইদেখি সকলো লৰাই তাৰ ফালে অওিকাণ কৰিলে। ১ম কইদী -সিহতৰ তাল সং; অলপো মৰম নালাগিল; দোত পৰি আৰু সদাই মাৰকিল খাই সিহতৰ হিয়া শিল যেন টান হল। ২য় কইদী-এনেকুৱা নিৰ্দষ স্বভাৱৰ কথা শুনিলে মম শোকে বেজাৰে খুলা মাৰি ধৰেহি। | অধ্যকটাই গৰাণৰ দুৱাৰ মেৰি লৰাবোৰক নাম এৰি "এটা এটাকৈ মাভিলে আৰু সি আহি পাইপড়ি হাড়ে হাতে | কল একে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৩৪
অৱয়ব