পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাহী। [২ বাৰ, ৯ম সংখ্যা। আৰীৰ পি ফালে সোমাই আষা এজোপাৰ তলত এটা পা মুঢ়া পাৰি লৈহি, একাৰে তলত দিয়া কবিতাটি চনা কৰিলে চোৰ ঈশ্বৰী প্ৰিয়ে চম্পৰু বৰণি! মৃতষ্ঠাষিণি ৰাষা কুৰয়নি। বিসৰগনী কিয়। অন্সিল। প্ৰেম-কুলি! কিয় নাই গোৱা প্ৰেমগান? কান্ত অহ বলে আম খলিয়ায়। জগৎ প্ৰেমেৰে গুৰি হয় প্ৰেমময়। এনে সুৰ সময়ত ওফোলাই মুখ। কি দিছ চশেখ গেকেক দুখ। কি দোষে দোষী জোক, বা পদে তোৰ? আখৰে ধৰি দূৰ কৰা তাপ মোৰ। চতুৰ্থ অধ্যা। বিয়াৰ পিছত তোকেৰ গাৱনীয়া জীৱনৰ আৰা পৰি নগৰীয়া জীৱ- মৰ আখ্যা আৰম্ভ হল। জে মাজুলি এৰি তেওঁৰ ঘৰ জোৰহাটলৈ তুলি আনিলে। বিয়াৰ তিনি মাং যাওঁতে-না-যাওঁতেই ধীয়া জোকেৰ হাত উদং হল, আৰু অটিকাৰ খোজত বৰকৈ উৰা বুলিয়ে দুপৰৰ নিচি তেওঁৰ পোহৰ মনক গধুলি কৰি পেলালে। শৰপৰা পোৱা • টকা তেওঁৰ কলিকতীয় আচাৰ ব্যৱহাৰৰ কোনো বিশ্বাই দি সোনকালে সৰকি পৰিল। গতিকে, কেনেকৈ জীবনযাত্ৰা নিৰ্বাহিত হয় এই মহা চিন্তাই তোকে খুলি খুলি খাৰলৈ ধৰিলে। মা জেতুকীয়ে নিজ ডিঙিৰ মণি, ফাৰ কেক পৰ্যন্ত দেখা দি হাকিম” পুতেকৰ সংসাৰৰ য় কিছু দিন নিৰ্বাহ কৰিলি কি তাৰে৷ গত এক্সিজেৰে ৰি পৰিলহি। ভুমুণী, পোহাৰী, মুন্সী, কে, ৰা আদিৰপৰা কাক শক্ত খোৱাৰ ৰেঃ শাৰ বোৰা নাপিতৃৰ ৰমৰা দিব নোৱাৰাত নিহত দেখেৰিত জোৰে মোৰ হেৰিলে। শেষত তেওঁৰ ওপৰ ফেচ ভ কৰা গোচৰ পোষোপ হৈ তেওঁৰ গাত এৰিলৈ ধৰিলে।