পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাও, ১৮৩১।] ভোকে বাৰ মধ্যলীলা। t এনে সিৰুপায় অৱস্থাত এদিন জোৰে মনত পশি, সেই সোথ কথা। সোফনাথে কৈছিল, Spy অৰ্থাৎ চৰিয়া হোটা বৰ শাৰ। চৰিয়াৰ টকা কড়ি দুখ গুচে। তোকেই বিমাৰৰ কৰি পাতেমোন তো কৈছিল যে চৰিয়াৰ ব্যৱসায় noble profession অঃ এ আৰু সালৰ কাম; মইহে বেয়া বুলি ভাবিছিলো। কোলে কালে কি সোমখেই Right ময়েই wrong? তাৰ বাহিৰে ভাল ৰো মিচাৰিবলৈ যাওঁতে দে পেট নাত পৰিলহি।-হয়, আজিৰপৰা ঠিক কৰিলে। মই নিশ্চয়কৈ Spyৰ ব্যৱসায় কৰিম; চৰিয়া , খৈ মেশৰ আৰু সি উপকাৰ কৰিম। ” পঞ্চম অধ্যা। সচাকৈৰে চৰিয়াৰ ব্যয় বেগেৰে চলাই গোত্ৰেৰ এই দুটিন আৰু বাৰ মৰিল। গেই অভিনৱ একাৰ ব্যৱসায়ত যিমান পোহৰ পৰ পোৰ পৰিল তেওঁৰ মন সিশান ফুৰিত হবলৈ ধৰিলে। অদম্য ইং সাহেৰে তোকে বৰুৱাই লোকৰ কল- যাহ- চেলি লিখা চুক আদিত ঋদ্যাৱে ফুৰি গবেষণা আৰু অনুসন্ধান কৰি তাৰ বৃত্তান্ত বোগব লগীয়া ঠাইত যোগাৰলৈ ধৰিলে। তোকে ও আসামৰ মানুহ কাইকৈ মোৰহাটৰ মানুহ এতমান হৈ পৰিল। কু কে চিকলীয়া যায়। চোখ মুখ কালো। সোমনালৈ তেওঁ পাহৰা নাছিল। সিদিনা তোকেই শোনালৈ লিখা চিঠি এখনৰ নকল তলত দিলো- "ভাই সোমনাথ! এতিয়া আলকৈ বুজিলে। সে তুমি Right এ Wrong। মাজতে মোৰ ব হ গল। কিন্তু তোমাৰ বুধি মতে এতিয়া চলি যদু বলে আছে। এমি নই নিজৰ আৰু দেশৰ পা দুইটা কৰি পৰা হৈছে। মই থকাৰ নহওঁ। অোৰ শলাগ লৈ তোমালৈ এই কুৰি টকাৰ শেটি এখন এই ৰেজিষ্টৰি চিঠিৰ ভিতৰ পঠিয়ালে, এহণ কৰি তোমাৰ পুৰণি কী কৰা।”