১৪ বাহা। [ ২ বছৰ, ৮ম সংখ্যা। ইনকিলাক খোৰা মই নাপাওঁ, গুৰক্ষিণাও দিব নোৱাৰোঁ, মই নিজে আত্ম- তী হৈ পৰিবলৈহে চেষ্টা কৰিছে৷” এই দৰে কাৰো-কোকালি কৰিবলৈ ধৰাত গড়ে গায়ক সান্ত্বনা কৰি “সৌৱা ৰ পৰতে ৰৈ তাতে লিৰাম আৰু খোৱা- কোৱা কৰিম বুলি গৈ ঋষভ পতত বাস কৰা শঞ্জিনী নাঘৰে সিদ্ধা ব্ৰাহ্মণী এজনৰ তাতে খাইৰৈ ভাগৰ পলুৱাবলৈ অলপ শোৱে। অলপ পিছত সাৰ পাই দেখে গৰুৰ গাত পাখি এটিও নাই, শঠ-পিঠ। গৰুড়ৰ এনে দশাত গালৱ বৰ শোকাকুল হৈ কাৰণ শোধাত গৰুড়ে কঙ্গে এই ব্ৰাহ্মণীজনীক মই প্ৰজাপতিৰ তালৈ লৈ যাবৰ মন কৰিছিলো, মোৰ ইচ্ছ। হৈছিল যেন এওঁ মহাদেৱ, বিষ্ণু, ধৰ্ম আৰু যজ্ঞৰ ওচৰত থাকে; যি হল হল, এভিয়া এক কাকুতি মিনতি কৰি সন্তোষ কৰে।” এই বুলি, “ভগৱতি শাগুলি! মই আপোনাৰ অনিচ্ছাৰ কাম কৰিবলৈ মন কৰাৰ ফল পালে। এতিয়া নিজগুণে সন্তুষ্ট হৈ মোৰ দোষ মানা কৰক” বুলি কাবৌ-কোকালি কত শাণ্ডিলীয়ে “হেৰ। গৰু, তুমি আগলৈ এনে কাৰ কেতিয়াও নকৰিবা, তিৰোতা মানুহ নিন্দনীয় হলেও কেতিয়াও নিন্দা নকৰিব” এই দৰে আৰু আক উপদেশ দি গড়ক ষাবলৈ দিয়াত গৰুড়ৰ পাখি গজি আকৌ আগৰ নিচিনা হৈ পিৰৱৰে সৈতে ভাৰপৰা গৈ, বিচাৰি বিচাৰি পূব দিশে যোৰা নাপাই উৰি গল (উদ্যোগ পৰ্ণ, ১০৫-১১২ অধ্যা)। ব্যাসদেবে, (১) পুৰ মূৱাকৈ গৰুক ইমান কোষেৰে ইমান পৰ অশাই, বুজাল হে পূৰ দিশৰ যাই ডোখৰ বহুত দূৰৈ। (২) গলৱৰ ইমান কাযে-কোকালিতে। শুভ গত (আগেয়ে দেখুৱা হৈছে ঋষত কৌশিকী নৈৰ ওচৰ, অসমৰ পশ্চিম সীমা) নাপাই মাসে গৰুক মোৰোৱাই বুজালে যে তেওলোকৰ দীঘলীয়া যাটৰ অন্ত ঋষতেই আৰু তেওঁলোক অহা ঠাই ঋষভ পশ্চিমে হয়। (৩) শাণ্ডিী ব্ৰাহ্মণীৰ মতে খুবাইবুৱাই ভাগৰ পৰাই বুজালে তেওঁলোকৰ মীলীগ পথ ভ্ৰমণ কামটোৰ শেষ হল, জগৰ পলুৱাই ৰ কাষত অৰ্থাৎ যোৰা বিচৰা কাষত খৰিব লাগিব। (৪) গৰুৰ মনত ব্ৰাহ্মণীক লৈ বাৰ বোজা গ নিমিত্তে গৰু ৰা কৰাই বুজলে যে পূৰ দিশৰ যি ঠাইলৈ আহিছে, সেই মই দুৱাৰমুখতে এনে মহিলাৰ মানুহ বাস। (৩) গড় মুখে শাণ্ডিলী লতি, মহাথেৰ, বিষ্ণু আমি চৰলৈ নিৰ খোজা কাটি প্ৰকাশ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০২
অৱয়ব