পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ, ১৮৩৩।] পুৰণি অসামত ভুকি। কৰোৰাই বুলালে যে তেওঁলোক হাপুৰ দিশৰ সেই ঠাইতে সেই সকশৰে বাস। (৩) খৰত পৰ্বত এৰি গালৰ কাৰ গৰুড় যে বিৰোৱাই একে বুজলে ন ঋষজ্ঞৰ পূৰৰ অঞ্চলেই গড়ে গালৱৰ এগও বৰ্ণনা দিয়া পুলিশ ঠাই। এতিয়া পাঠকসকল দেখ, ব্যাসদেৱে মাহুত এগৰাৰ কথাও নয়। গাৰ আৰু গৰুৰ ভ্ৰমণ কিৰণটোৰপৰা আমিৰ পৰাগল বেশ ভি পু দিন এই অসমেই। গড়ে পূৰ্ব দিশৰ ৰা এইদৰে কৰিছি। সকলে। লোক একাশক গৱান শৰীচিকাৰী যি পিনে ল হ আখ্যানে না ফালত যি পিষে গুণ কৰে, বিশ্বব্যাপিলী যুতি এনে যি পিনে আখি হৈছিল, সকল নিয়ন্ত্ৰিত কৰিবৰ নিমিত্তে যি পিনে ধৰ্মৰ চকু বিমান আছে, যি পিনে আহুতি দিলে সেই আহত হষ্য সকলো পিমেই যায়, সেই প্ৰাচী দিশ ফিন আৰু পৰ্গ পথৰ গাৰ ৰূপ। এই পিনেই দক্ষ প্ৰজাপলি জীয়েক অদিতি আদিৰ গৰ্ভত কশ্যপৰ ঔৰষত এসকলৰ উৎপত্তি আৰু বুদ্ধি হৈছিল; এই পিনে দেৱতাসকলে প্ৰতি কৰিছি, এই পিনে ইত্ৰৰ অভিষেক সম্পন্ন হৈছিল, আৰু এই পিনেই গোসলে তপস্ট কৰিছিল। পূৰ্বকালত দেৱতাগকল প্ৰথমে এই পিম বাস কৰিস্থিল, এই নিমিত্তে ইয়াৰ নাম পূৰ্ব দিশ হৈছে আৰু পুৰ্বপুৰুষসকলৰ অখিকও বুলি বিখ্যাত। এই দিনে সেসকলে সুখী হৈ এটাইবিলাক কম সমাধা কৰিলি, এই পিনে দূতাষ গবান ব্ৰহ্মাই সমস্ত বেদগান কৰিছিল, এই পিনে সাবিত্ৰী সেৱী সবিতাৰ মুখৰপৰা উৎপন্ন হৈ ৰহ্মবাদীসকলক আশ্ৰয় কৰিছিল, এই পিনে সুৰ্য্যদেৱে যাজ্ঞবল্ক্যক যজুৰ্বেদবিলাক দান কৰিছিল, এই পিনে গোমৰসে বৰ পাই যত অবক পেয় হৈছিল, এই দিনে হতাশন পৰিপ্ত হৈ আপোনাৰ দাড়ি গোমৰস খৃত আৰু দু*দি পৰূপ ফল উপভোগ কবে, এই পিনে ৰদেৱে পাতাল আম্বি কৰি লাস্থ কৰিছে, এই পিলে মিত্ৰ অক বকণৰ কালত পুৰণি বশিষ্ঠৰ উৎপত্তি, প্ৰতিষ্ঠা আৰু নিধন হৈছিল, এই পিনে ওকাৰৰ দহ হাজাৰ পথ উৎপন্ন হৈ, এই পিনে যুমপায়ী মুনিসকলে আজধূমপান কৰি থাকে, এই পিনে বহু শাসি অনেক পশু প্ৰোঞ্জি হৈছিল, এই পিনে দেৱ দেৱতাসকলৰ! যজ্ঞাগ কহিত কৰিছে আৰু এই পিনে কাশন সমুদিও আৰু :