পুৰণি আসামত ভুমুকি। যজুৰ্বেদৰ যে এটাইবিলাক যজুয়েই অৰ্থাং যজুৰ্বে গোটেইখনেই অসমীয়া ঋষিৰ দ্বাৰা প্ৰণীত এইটো সিদেৱৰ বুৰঞ্জীতে পোৱা যায়। বি- মিত্ৰৰ শিষ্য পালৱে গুৰণিৰ বাবে বলা বৰণীয়া শ্যামকলীয়া গাটো বগা বৰণৰ কাণ শ্যাম বৰণৰ আঠ শ যোৰা দিৰ লগীয়া হৈ বৰ চিন্তাত পৰাত, তেওঁৰ বন্ধু বিতান গড় আহি পুষ, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশৰ বৰ্ণনা কৈ বোৰা বিচাৰি ৰি দিশলৈকে যোৱাৰ মৰ সেই ফিশলৈকে কানত কৰি গালকে লৈ ঘৰলৈ গাত লৰ। গড় বৰ্ণনা শুনি গালৱে পুৰ দিশকে সকলো গুণ শ্ৰেষ্ঠ দেখি সেই দিনলৈ যোৱাৰ মন কৰাত গৰুড়ে পালক পুৰ দিশলৈ লৈ যায়। এই পুব দিশৰ বৰ্ণনাটি অসমৰ সংক্ষিপ্ত বুৰঞ্জীয়েই; সেইদেখি গড়ৰ মুখ গোটেই বৰ্ণনাটিকে তত তুলি দিয়া হল। পুব দিশৰ বৰ্ণনা বুলিলে যে অসমৰ বৰ্ণনা এইটি জলাই যায়,তেও কিজানি কোনোবাই আৰ ৰকমে বুলে, এই বিষয়েও ব্যাগদেৱ সাৱধান। দৰাচলতে ব্যাসৰ ঐতিহাসিক ঘটনা জাৰু ভৌগলিক ৰিৰৰণৰ কৌশললৈ মন কৰিলে অৰিত মানিব লাগে। এনেধন গ্ৰন্থ যে সাধুকথাৰ কিতাপৰ লগত ঠাই পাইহে ইও আচৰিত হে। পুৰ দিশৰ বিষয়ে কাৰোবাৰ কিবা ভ্ৰম হয় বুলি ভগবান কৃষ্ণদ্বৈপায়নে ব্যালয় আৰুগড়ৰ যাত্ৰা বিৰৰণা কি দৰে বৰ্ণাই কেইটা উদ্দেশ্যৰ কাম কৰিছে লেখক। গলৱে পুৰ দিশে লৈ নন কৰাত গড়ে তেওঁক কান লৈ যাওঁতে গায়ে গক যে কি কুঁৱলী দেখি বিচুতি হৈ “হেৰা বিমোনতোমাৰ পাৰিৰ কোবত পৰ্বত লৈ, সমুদ্ৰ সকলে একে হৰ এতিয়; সমূদ্ৰৰ জলচৰ অধিক যেন এটাই বিলাক বাৰত পৰিছেহি। মোৰ কাশেৰে একো শুনিবলৈ নোলোৱা হলে, চকুৰেও একো নেদেখা হলো, মোৰ নিশা খাটেকে দেখা নাই; কাৰো কৰিহে আলগ লাহে লাহে য; মই মন কি সকাম লৈ যাওঁ তাকে পাহৰিলে; অলপ লাহে লাহে যোৰ; মাৰ ফালে আধ্যা হৰ এতিয়া; আৰু যাৰ নালাগে, মোক মোৰ নালাগে, ৰোৱাৰে, যখে ছেৰে ব্ৰহ্মহত্যা কৰিষা, বিচাৰিলেও এই লক্ষ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮০১
অৱয়ব