ঠে ১৮৩০। বলিয়া। “হুতৰ ইমানবোৰ সম্পত্তি কি কৰিছ?” বুলি তেওঁ সমিধান দিয়ে। যদিও হৰে বাপেকৰ সম্পত্তি ও ভাণ পাইছিল তথাপি ও কি কমায় সোমাৰ কেনেকৈ জীবিকা অজনৰ ভাল উপায় এটা পাৰ, এইবোৰ বি চিঞ্জি আমিন। এনেতে তেওঁৰ সৌভাগ্য-বি উদয় হল। জীমে মৌজাৰ কাম সমূলি লাব নোৱাৰিলে। মৌজা বেয়াকৈ চলা দেখি চক্কৰে অলপ দিনৰ পাত লক গুচাই তেওঁৰ কাম হৰ দিলে। হৰৰ তেতিক্ষা ২ বহু। তেতিয়াৰপৰা জীমে হক শক্ত যেন দেখা হল আৰু আন কি হ আ হৰৰ মাকৰ লগত মামতি কৰিষলৈকে এৰিলে। হবে কিন্তু নিৰ মাক আৰু মাহীমাকক সমান চকুৰে চাইছিল আৰু ভীমৰ মাকক টকা-সিকা দি আছিল। হবে টক-সিকা দিলে ভীমে মাকক কয়, “নেলাগে তাৰ টকা লৰ, আমাৰ নাইকিয়া হৈছে নে কি?” মাকে খাওঁ-নৰখাওঁকৈ শেহত ৰখাই এয়। ভীমৰ ২৩ বছৰ বোৱাত মাকে তেওঁলৈ ছোৱালী বিচাৰিলে। ভীমৰ যদিও বেহি বিদ্যা বুদ্ধি নাছিল, তথাপি ডাঙৰ মানুহৰ লৰা বুলি ছোৱালী যাক্টোজ মানুহৰ নাটলিপৰিল। গাৱৰ বংশৰ ছোৱালী এজনীৰে ভীমৰ সমাৰেহেৰে বিয়া হল। হৰে বিয়াত চাৰিফালে পাৰ্যমানে সহায় কৰিছিল, কিন্তু ভীমৰ নিৰ মল নিষ্ঠ হৈৰে থাকি। বিয়াৰ পিছত, হৰৰে সৈতে সকলো সম্বন্ধ ছিঙিব গলিয়ে ভীৰ বুঢ়ীমা আৰু ঘৈণীয়েকৰ সৈডে হৰপৰা ৰেলগ হল। হৰে বেলেগ নহৰলৈ জীষক আৰু জীমৰ মাকক ভৰিও খৰি অনুৰোধ কৰিছিল, কি মি হল। হৰ আৰু হা মাকে ভীত ৰপৰা ওলাই যাতে কান্দিৰলৈ যৰিলে, কিন্তু ভীম আৰু ভীষৰ মাকৰ চকুত এটুপিও কু-পালী নোলাল। বেলেগ হোৱাৰ পাছতো, হবে তেবিলাকলৈ কিবাকিৰি পঠাই আছিল আৰু তেওঁৰ একক ভীমহৰ তালৈ মনে মনে পঠিয়াই আহিল। জীয়ে কি মাকৰ হৰৰ তালৈ কেতিয়াবা-কাটিং হে পঠাইছিল, তাকে অতি অনিহাৰে। হৰ মোদাৰৰ ২৪ বছৰ বয়স হোৱাত নগৰৰ নাম নাই এ হোৱালী এজনীৰে সৈতে তেওঁৰ বিয়া হল। বিয়ালৈ মৰু ইমামকৈ মাতি পঠাইছিল তথাপি জী নাহিল। বিয়াৰ পিছত হৰে লগতে মৰৰ ললে। এ সমৃদ্ধি দেখি ভীমৰ বিয়াল ও নাইকিয়া। হতে বাপেকৰ নথি খে, লোকতকৈ দুগুণ বেছি পোৱাত আৰু মৰ মৌজাদাৰ কাম হৰ দিয়াত
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪৫
অৱয়ব