২৮৬ বাহ। [ ২য় বৰ, ৰ সং। তেওঁৰ পুতেকৰ বিয়া চাৰ ডেৰ ইজাজছিল, ফি যিথভাই তেওঁৰ সে স্থা পূৰণ নকৰিলে। সৃষ্টিকৰ্তাই সৎ প্ৰকৃতিৰ গাৰ ঘশী মানুহবোৰৰ সৰহ দিন সংসাৰ নানা আৰু দুখ কষ্ট ভোগ কৰিবলৈ নখৈ স্বৰ্গৰ অমিয়া সুখ উপভোগ নিমিত্তে লৈ বাৰৰ ইচ্ছা কৰা বাবেই নে, সৰ্বসংহৰিক কাল মানুহৰ অতিশয় কৰি আৰু সুখ্যাতি হিংসুক হোৱা বাবেই, সাধাৰণতঃ দেখা যায় যে সক- শোৰ গাৰ অক্তি আৰু এক আকৰ্ষণ কৰা পুৰুষসকলে বৰ বেছি দিন সংসাৰত ৰাস কৰিবলৈ নেপায়। ওপৰত উল্পেৰ ফৰা হৈছে যে মৌজাদাৰৰ আগৰপৰা বায়ুৰ বেমাৰ আছিল; বয়সৰ লগে লগে তেওঁৰ বেমাৰ ক্ৰমে বৃত্তি পাবলৈ ধৰিলে। তেওঁৰ ৫১ বছৰ বয়সত নৰিয়াৰৰ শকত হৈ উঠিল। সনা খৈী তেওঁৰ বেছি প্ৰীতিনজন হোৱাত মৰিবৰ সময়ত যৌজাদাবে তেওঁৰ সৰি অংশ সৰুঞ্জনা আৰু তেওঁৰ পুতেকৰ নামে, আৰু ও অংশ ডাঙৰ জনা আৰু ডাঙৰ অনাৰ পুতেকৰ নামে “উইন” কৰিলে। তেওঁৰ আমি কালত গাৱৰ কালেমাল মানুহ তেওঁক দেখা কৰিবলৈ আহিছিল; উলিয়াই দিয়া জীয়েক কেন এনৰ বাহিৰে ইকেন কোনো কাৰণ বশত হিৰ নোৱাৰিলে। অৱশেষত সকলোৰে শ্ৰদ্ধাভাজন মৌজাদাৰ ডাঙৰীয়া দুজনা। বিধৱা কৰি থৈ ভক্ত তৰন্দৰমাগত অনন্ত কাললৈ চকু মুদিলে। পুতেকইতে ৰীতিমতে বাপেকৰ শ্ৰাদ্ধ কৰিলে। শ্ৰাদ্ধৰ বাহিৰেও ৰৰ আন আন লেঠাত পৰ্যত হৰে সেইবাৰ এণ্টে পৰীক্ষা দিব নোৱাৰিলে আৰু সেই হেন বিচক্ষণ বুদ্ধি লৰা এটাই ইমানতে ছাত্ৰজীৱনৰ সামৰণি পেলালে। ভীমও এতিয়া মুকলি-মূৰীয়া হৈ ৩ শ্ৰেণীতে পড়াশুনা অতি সন্তোষেৰে সৈতে তেওঁ বিদায় দিলে। তেতিয়া ভীমৰ বয়স ২০ বছৰ আৰু হৰৰ ১৭ বছৰ। না-গুলা অচেৰেক মানুহৰ উপদেশ মতে ভীমে খালি হোৱা মৌজাদাৰ কামটোলৈ দখা দিলে; চকাৰে হৰিকা মৌজায়াৰৰ উপযোগিতা আৰু কষ্যপৰায়ণতা বিবেচনা কৰি জীয়ৰু কাম দিলে। মৌজাগাৰ হৈ ভীমে লাট, চাহা হলে বুলি ভাবিলে। তেওঁ মোৰ কামলৈ কাণৰ নিদি সিনে ৰাতিয়ে সমনীয়া লৰাৰে আজ্ঞা মাৰিয়ে" কল কটাৰলৈ ধৰিলে। ঘৰ আৰু ঘৰৰ মাকলৈ তেওঁ বুৰিকে নোচোৱা হল। কেতিয়াবা হৰে টক-সিকা খুজিলে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪৪
অৱয়ব