পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [, ৭ম সংখ্যা। সেই খিস ভিনিগুণ চৰি। সদাই তেওঁ ঘৰৰ অতি দিয়ে আৰু মানুহৰ আগঞ্জ হৰৰ কুংসাটা কৰে। এই প্ৰকৃতিৰ ঘৰে কেতিয়াও ইয়াৰ প্ৰতি- শোখ লৰলৈ নিৰিচাৰিছিল, বৰং ককায়েকৰ হুবুদ্ধি দেখি নিজে নিজে লজ্জিত ভীমৰ মাকে তিনিয়ে মুখ চাষলৈ বৰ আশা কৰিছিল, কিন্তু বৈৰ দুৰ্বিপাকত সেই আশা মফলিয়ালে। ভীমৰ বিয়াৰ খাই মালৰ পাছতে ৰে মাকৰ মৃত্যু হল। ভীমৰ মনত এতিয়া বৰ বিৰা হল; তেওঁ বাপেকৰ সম্পত্তি যি পাইছিল প্ৰায় গোটেইখিনি আদায় হল; এতিয়া লোপ তেল কিনি খাবলৈকো টনটনি। হৰে তেওঁলৈ টকা-সিকা পঠাই আছিল কিন্তু তেও কেতিয়াবা সবলৈ অস্বীকাৰ কৰে আৰু কয় যে তেওৰ টকাৰে খোৱাতকৈ মাগিৰে খাৰ : ভীমৰ মাৰু মৰাৰ পিছত ভীমক ঘৈণীয়েকৰ সৈতে হৰৰ ঘৰলৈ আহিবলৈ হতে ইমন খৰিলে কিন্তু কঠিলয় ভীম কোনোমতে মান্তি নহল। ভীমে তেওঁৰ অৱস্থাৰ কথা ভাবি চিত্তি থাকোতেই তেওঁক আৰু এটা অমঙ্গলে দেখা গিলে। আৰু মৰাৰ মাত্ৰ দুমাহৰ পাছতে তেওঁৰ একমাত্ৰ আশা তেওঁৰ ঘৈণীয়েকেও লীলা সম্বৰ ঋৰিলে। হৰে ভীম মৈণীয়েকৰ শ্ৰা কৰোঁতে যথেষ্ট সহায় কৰিলে আৰু গাকে ভীম তেওৰ লগলৈ আহিবলৈ ভীমৰ গুৰিত কৰি অনেক কাকুতি মিনতি কৰিলে, কিন্তু সকলো মিয়া হল। ভীমৰ মনত এটা যিতিয়ে দেখা দিলে; ভীমে গোটই জগত এৰিম দেখিলে। যেনিয়ে চাই ভেৰি অলেখ যা, নিকাৰ, বি, কি কৰি কলৈ ৰাৰ এইবোৰ ভাবি ভাবি ঙেও বালিয়া গল; এখাৰী এৰি ৰাটেপশে বলাই-নাই ফুৰিবলৈ এৰিলে। ওয়েকে কেতিয়াবা বলেৰে মৰু ৰে ৰলৈ নিলেও এৰাতি বা ৰাতি কি ভীম খচিহে। ককায়েকৰ এনে গতি নেধি জায়েকেৰ মত বৰ বোৰ হল; তেওৰ সুখৰ সুনীল আকাশত দুখৰ ডাৱৰে লেখা দিলে। জীৱৰ মাৰ সাল মাত্ৰ ফটাঢোলা এটা আৰু কেৰি কল চুৰিয়া এখন। পা-পা নোখোৱ আৰু তেল পানী মহা খাবে তেওঁৰ মুৰৰ চুলিয়ে টা ৰাখিলে; হাত ভৰিৰ এখৰে ঘৰ একোটা হৈ দেখিবলৈ কুৎসিৎ হল। তেওকলৈ অকলৈ যি যিৰ কৈ কিবাকিবি কি থাকে; মাথোকুলিৰ নিৰিয়; থাকোকে, যা পাই বাৰ্তা নাই হহি এটা মাৰে বাৰে পায় তাৰে এতে জঙ্গি