, ১৮৩।] বলিয়া। 1 মৰ ১৩ ৰাৰ হোৱাত আহৰ ১ ৰ হোৱাত তেওঁবিলাক বুঝে মৌজাদাৰৰ সৰু লগ লগৰৰ ধানুহ এৰত থাকি ইংৰাজী ও পঢ়িবলৈ পঠালে। ভীমক ৭ম শ্ৰেণী আ হ শ্ৰেণী না খাই দিতে। জাৰ ঘৰত গৈছিল তেওঁ লৰা দুটাৰ পঢ়ালৈ কাণ-পাৰ নিৰিছিল, নিতে গুলি কৰিলেও বেয়া পায় বুলি একো নকৈছিল। ই মতকৈ খো মুখি আছিল আৰু তেওঁ পঢ়াশুনা বেছি মন দিলি। তেওঁৰ খাৰ-চৰিত্ৰ। ভীমে মাকৰ বেয়া গুণ সোপাকে কাঢ়ি ললে; ভাৰ উপৰি লৰপৰা পলাই আহি বাটত লুকাই থকা, মাষ্টৰৰ আগত ফাকি দিয়া, লগৰ লৰাৰোৰৰ লগত ৰামৰিকৰা, বাটত কৰোমানুহ আৰু ৰলিয়াৰ আঁৰামানুহ দেখিলে ইতিকিং কৰা,ইত্যা- দি দুই লৰাৰ সকলো ৰ তেওঁ অধিকাৰী পৰিল। তেওঁ বৰাৰ পাৰেমানে টকা চুচি আনি পোচাক কৰাই তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য বুলি ধৰিছিল। “অশ্বকে এল, কেচনৰ সেওঁতা ফালি ইউজিকোল যা দেলখো, খছি গোহ্মত মলমলাই ফুৰিছে, ময়ো তেনেৰৈ ফুৰোচোন”; অমুকে শাৰী গুদাম থকা অপোন ব্ৰেষ্ট কোট আৰু তাৰ তলত সুন্দৰকৈ ইত্ৰী কৰা কামিজ আৰু কলাৰ পিন্ধি কেনে কুমকু হৈ পৰিছে ময়ো তেনে হৈ পৰে চোৰ”; “অমুকে ভাল জোতা মোজা পিন্ধি কেনে গহীন গীৰ হৈ ফুৰিছে, ময়ো তেনেকৈ কুৰি চাওঁচোম”; “অমুকে মুখ চিগেটে, দি, অনন্ত আকাশত ধোৱ। উই কেনে ক্ষুৰ্তি কৰিছে, মইয়ো কৰি চাওঁছোল"; এলেবোৰ চিন্তাই নবৰত তেওঁৰ মনত ঠাই পালে। ফেইতাৰু দুৰৰ ৩ বছৰ মানৰ আগেয়ে কোনোমতে চুচৰি বাগৰি তেওঁ ৪ৰ্থ শ্ৰেণী পাইছিল শৈ। এৰে কিন্তু পঢ়াক্ত দোপত, দোলে উন্নতি দেখুৱাবলৈ ধৰিলে; কোনো শ্ৰেণীতে নৰৈ পৰীক্ষাত ১২, যু হৈ ককায়েকৰ লগ ধৰিলে শৈ। মেঝেৰে একে লগে পঢ়িব গা হোৱাত ভীমৰ লাজত তৎ নাই; তেওঁৰ ইচ্ছা যে আমি এটালৈ বাৰ, কিন্তু খৰ অনুমতি নিদিয়ে, নিৰুপায়। জীমে হৰৰ লগত একে শ্ৰেণীতে পঢ়িবৰপৰা হক হিংসা কৰাৰ ফৰে কৰিবলৈ ধৰিলে; মিকৈছে হবে পঢ়া-শুনা নকৰে বুলি ৰলৈ চিঠি লেখে; হবে কথা-বাৰ্তা শুধিলে মুখ ওফোন্দাই সি-মিনিকৈ উত্তৰ দিয়ে। ইৰে সকলো সহি থাকে। মৌমাৰৰ মৃত্যুৰ সময়ত হৰে ১৯ শ্ৰেণী আৰু জীমে টানি-টুনি ৩য় শ্ৰেণী পালেগৈ। মোদাৰ জীয়াই থাকোতে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪৩
অৱয়ব