সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। (১ম বহ, ২য় সংখ্যা নিমিষতে মোৰ হিংশাকুৰীয়া সুতীয়া প্ৰৱ উত্তেজিত হৈ উঠিল; আৰু পিছ লুগুৰি নিৰুণভাৱে বৰলৰ টোপেৰে গধুৰ বৰষিটো পোৰাহৰ মাজত পেলাই দিশে। নিমিতে পোলাবাহৰ মাকে মোৰদৰেই পি মুগুৰি সোত, সম্ভৱতঃ খঙত, টোপেসৈতে সেই বৰষিতে গিলি পেলালে। মই চিপ মাৰি দিলে আৰু তাৰ পিছতে সেই খল মাছটো আজ আৰু আত্মৰক্ষাৰ নিমিঞ্জে অসমৰ্থ পোলাবাহক অনাথ কৰি মোৰ বৰষিত লাগি বাম পাৰিল। মাছ- টোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত তাকি চটফটাবলৈ ধৰিলে, আৰু মোৰ মনেও সেইদিনৰ পৰিশ্ৰম আৰু চেষ্টা সফল হোৱা দেখি উত্তেজিত হৈ উলা- হও নাচিৰলৈ ধৰিলে। দীঘলীয়া কাৰ চমু কৰি খৰৰ নামতে শই মাছটো ধৰি মাটিত ঠেকেচ মাৰি দিলে। তাৰ পিছত-তাৰ পিছত --ক্ষন্তে- কীয়া নিষ্ঠু উত্তেজনাৰ পিছত পানীত থকা অনাথ শিশু পোনাবিৰুলৈ মোৰ চকু পল। ভাল নালাগিল। পানীৰপৰা মোৰ চকু তুলি আনি বাশৰ মাছটোত মিলে। দেখিলে, মাছটোৱে মুখেৰে কাপ-কাপ কৰিব লাগিছে। ধিমিক-ধিমিক মাত্ৰ তাৰ ধাতু পৰিব লাগিছে। এই দুই দৃশই মোৰ অন্তৰৰ নিভূত খোটালিৰ নিভৃত চুক এটাত থকা কিবা এটা সচেতন বহুত অলপ খেচা-বিন্ধা কৰা যেন পালে। কিন্তু মই তালৈ বৰকৈ মন নিদি উলাহক সাথী কৰি লৈ মাছটো ঘৰলৈ লৈ আহিলোঁ। সংসাৰৰ অলেখ কামৰ চিন্তাৰ চকোৱাই অগপৰ পিছত সেই মাছ ধৰা বিষয়টো সেই দিনালৈ ঢাকি পেলালে। কিন্তু গলি হাৰে যেতিয়া পূৱাৰ সেই শল মাছত মূল। জি আঙ্গা ৰান্ধুি মোৰু ছাবলৈ দিছিল, মোৰ অন্তৰৰ সেই ঠাইত বেজিৰ চুটনি বুনকৈৰে অনুভৱ কৰিছিলোঁ। গতিকে ৰুচিৰে সৈতে সেই আজ্ঞা মই খাব নোৱাৰিলে।। | ৰাতি শুবলৈ বুলি শোৱাপাত পৰিলত অনাহত অসংলগ্ন নানাভাবে খেলিমেলি লগাই মোৰ মনটো অনুখীয়া কৰি পেলালে। তেনে অৱস্থাত মোৰ কেতিয়া টোপনি আহিল কব নোৱাৰে। টোপনিত এইটে। সমাজিক দেখিলে।—মোৰ শেৱাটাৰ চাৰিট ফালে অসংখ্য কেচুৱা লৰাই মোক বেৰ্দি কাশি লাগিছে। ইমানবোৰ কেচুৱা লৰা কৰপৰা কিয় আহি মোক কেটি গৰি কান্দিছে এই বুজিব নোৱাৰি ৰা লগালে।“বোপা হত। মোক