পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুং, ১৮৩১} শিল্প শিক্ষা। এ4 চিকুণিত! তহঁত কৰপৰা আহিছ। তহঁতৰ কি হৈছে। কিয় কান্দি মোক কচোন?” মোৰ শশ্ন শুনি সিহঁতে সিহঁতৰ কণ কণ মুখৰবাৰেৰে মাত লপাই উত্তৰ দিলে,-“জাযাক তই এতিয়া চিনিকে নোপোৱা হলি! আমি কিয় কান্দিছে। নজনাই হলি! নি! তই আমাৰ আই কিয় বৰ্ষ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তুই আমাক মাউৰাকৰিলি কিয়? পপীয়া! লুভীয়া! তুই আমাকে। মাৰি পেলা! আশাকে। মাৰি খাই পেলা! হায়! তই আমাক মাৰি দেখোন আমাৰ দুখীয়া আইক এৰি দিব পাৰিলিহেঁতেন। আমাকে তই আমি মাৰিব লাগিব, নহলে আমি তোক নেৰে। তোৰ হাতত ধৰিবলৈ বুলি থিৰ কৰিহে আমি আজি তোৰ গুৰিলৈ আহিছেইক। আমাক এতিয়াই মা, মা, মা, নামাৰিলে তোক আমি নেবো।” হঠাৎ চাট,কৰে মোৰ টোপনি ভাগিল; মই খপ কৰে উঠি লোৱাপাটীতে বহিলে। দুখ শোক আৰু অনুতাপত মোৰ হৃদয় জগৰ হল। সেই অবস্থাতে মই ভালেখিনি পৰ খাকি, পূবেশ দি আহিলতে পাটীৰপৰা নামি গৈ, ঘৰৰ পানপাছত আৰি থোৱা দাড়িৰে সৈতে বৰষিটো ছোেখ-চোখৰকৈ ভাঙি ফলিয়াই পেলালে; আৰু তেতিয়াই শপত খালো যে মোৰ জীৱদ্দশাত মই আৰু বৰষিত হাত নিদিওঁ। লীনাথ বেজবৰুৱা। শিল্প শিক্ষা। আগৰ দৰে গছৰ ছলেৰে গা ঢাকা আৰু কেঁচা মঙহ খোৱাৰ দিন সভ্য গত এতিয় নাই। মানুহে জীয়াই থকাৰ লগে লগে নিজৰ ৰ্ম্ম ক সকলোতে উন্নতি, আৰু অৱ অনুসৰি জীৱনৰ উৎকৰ্ষ বিধানৰ অৰ্থে নান। কৌশল নানা শিল্প বিদ্যা ইত্যাদি বিক্ষাৰ কৰি আজিৰ দিন আৰু আগৰ দিনৰ লগত বিষম প্ৰভেদ ঘটাইছে। কাজেকাজেই শিল্প বিদ্যা আমি সভ্য জলাৰ এটি প্ল্যান খোপ বুলি ধৰি লব পাৰে। বিশেষ কি, এই ফল